--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এগৰাকী যুৱতীয়ে ভৰিৰ নখ, গা ধোৱাৰ পানী বিক্ৰী কৰি  উপাৰ্জন কৰে লাখ লাখ টকা ! এই যুৱতীগৰাকীৰ নাম ৰেবেকা ব্লু ৷ যুৱতীগৰাকীয়ে  নখ,গা ধোৱা পানী, পুৰণি কাপোৰ বিক্ৰী কৰি প্ৰতি মাহে কেইলাখ টকা উপাৰ্জন কৰে। যুৱতীগৰাকীয়ে ইন্টানেটত থকা তেওঁৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি এই বৃহৎ পৰিমাণ ধন উপাৰ্জন কৰিছে৷ 

বৰ্তমান বহু অদ্ভুত বৃত্তিৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ জীৱন সংগ্ৰাম চলাই নিবলৈ বিভিন্ন লোক বিভিন্ন ধৰণৰ বৃত্তিৰ সৈতে জড়িত হৈ আছে। নথ কেৰোলিনাৰ বাসিন্দা ২৮ বছৰীয়া ৰেবেকা এনে এগৰাকী ব্যক্তি। তেওঁ ভৰিৰ নখ বিক্ৰী কৰি প্ৰতি মাহে প্ৰায় ৭-৮ লাখ টকা উপাৰ্জন কৰে।

ৰেবেকা ইনষ্টাগ্ৰামত এটা অতি পৰিচিত মুখ। লগতে তেওঁ যথেষ্ট জনপ্ৰিয়ও ৷ তেওঁৰ অনুৰাগীৰ সংখ্যাও অগণন। তেওঁক সন্মুখৰ পৰা চাবলৈ, তেওঁৰ অনুৰাগীসকলে তেওঁক এবাৰ স্পৰ্শ কৰিবলৈ আগ্ৰহী। আৰু এই যুৱতীগৰাকীয়ে এই জনপ্ৰিয়তাক ব্যৱহাৰ কৰিছে।  যুৱতীগৰাকীয়ে  তেওঁৰ ব্যৱহৃত সামগ্ৰীবোৰ ধনৰ বিনিময়ত অনুৰাগীসকলক প্ৰদান কৰিছিল। ভৰিৰ নখৰ উপৰিও, এই তালিকাত অন্তৰ্ভুক্ত থাকে গা ধোৱা পানী, ব্যৱহৃত ইয়াৰবাড, আনকি চোবোৱা খাদ্য আৰু থুইয়ো৷

ৰেবেকাৰ ঘৰৰ সেৱকসকলক এই সামগ্ৰীবোৰ পেলাই নিদিবলৈ কঠোৰ নিৰ্দেশনা দিছিল।  তেওঁ এই বস্তুবোৰ সাৱধানে ৰাখে। অৱশ্যে ৰেবিকাই এনেদৰে উপাৰ্জন কৰা টকা ৰাস্তাৰ মেকুৰী, চাৰ্মিয়াত খৰচ কৰে বুলি জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান