--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰণ জোহৰৰ পৰিচালিত ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ অহা ২৮ জুলাইত মুক্তি পাব। এই মুহূৰ্তত সমগ্ৰ দেশতে ছবিখনৰ প্ৰচাৰত ব্যস্ত নায়ক-নায়িকাগৰাকী।

শেহতীয়াকৈ কৰণ, ৰণবীৰ আৰু আলিয়াই এক প্ৰচাৰ অনুষ্ঠানত আছিল। য'ত দৰ্শকৰ আসনত হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল। তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাত নায়িকাগৰাকীয়ে নিজৰ কন্যা ৰাহাৰ প্ৰসংগো উলিয়ায়।

২০২২ চনৰ নৱেম্বৰ মাহত আলিয়াই মাতৃ হৈছিল। নতুন প্ৰজন্মৰ বহু অভিনেতা তাৰকা সন্তান। সেয়ে অনুৰাগীসকলে ৰাহাইও অভিনয় কৰিব বুলিয়ে প্ৰত্যাশা কৰিছে। কিন্তু আলিয়াৰ ক্ষেত্ৰত এনে নহ’বও পাৰে। প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এক আভাস দিলে।

ছোৱালী ৰাহাৰ কথা কওঁতে আলিয়াই হাঁহি এটা মাৰি কয়, "মই মোৰ ছোৱালীজনীক বিজ্ঞানী হ'বলৈ কওঁ!" অৱশ্যে এই ভিডিঅ’টো ৰাজহুৱা হোৱাৰ পৰাই চৌদিশে চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ