--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আহিব পাৰে ক’ভিড! চীনৰ অন্যতম পৰিচিত ভাইৰ’লজিষ্ট শ্বি ঝেংলি, যাক “বেটউমেন” বুলিও জনা যায়, তেওঁ সকীয়াই দিছে যে ভৱিষ্যতে আন এটা ক’ৰনা ভাইৰাছৰ আবিৰ্ভাৱৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ সহকৰ্মীসকলৰ সৈতে লিখা এখন গৱেষণা পত্ৰত শ্বিয়ে সকীয়াই দিছিল যে Covid-19 ৰ দৰে আন এটা ৰোগৰ বাবে বিশ্ব সাজু হ’ব লাগিব কাৰণ ''যদি কোনো ক’ৰনা ভাইৰাছে মিউটেশ্যন ঘটাই তেন্তে ভৱিষ্যতে ইয়াৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা বেছি।''

এই অধ্যয়নত ৱুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ শ্বিৰ দলটোৱে ৪০টা ক’ৰ’মনা ভাইৰাছৰ প্ৰকৃতিক মানৱৰ মাজত বিয়পি পৰাৰ আশংকাৰ মূল্যায়ন কৰি ইয়াৰে আধাক ভাইৰাছক “অতি বিপদজনক” বুলি ৰেটিং কৰে।

ইয়াৰে ছয়টা ৰোগে মানুহক সংক্ৰমিত কৰা ৰোগৰ সৃষ্টি কৰা বুলি ইতিমধ্যে জনা গৈছে, আনহাতে আৰু তিনিটাই ৰোগ সৃষ্টি কৰা বা আন প্ৰাণীৰ প্ৰজাতিক সংক্ৰমিত কৰা বুলি প্ৰমাণ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা