--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমে জমি উঠিছে ৭৭ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱ। মহোৎসৱৰ  দ্বিতীয় দিনা বলীউডৰ বচ্চন পৰিয়ালৰ বোৱাৰী  ঐশ্বৰ্য ৰায় বচ্চনে ৰেড কাৰ্পেটত সম্মোহনী যাদু দেখুৱাবলৈ সক্ষম হয়। তেওঁ ভঙা হাতেৰেই ৰেড কাৰ্পেটত খোজ পেলায় ।   পঞ্চাশ বছৰ বয়স অতিক্ৰম কৰা ঐশ্বৰ্য ৰায় বচ্চনৰ শৰীৰত পিছে নাই বয়সৰ কোনো ছাপ। ঐশ্বৰ্যই ফাল্গুনী শ্বেন পিককে  ডিজাইন কৰা এটা ক'লা গাউন পৰিধান কৰি  কানৰ ৰেড কাৰ্পেটত খোজ পেলায়।  

অৱশ্যে, অভিষেক বচ্চনক  তেওঁৰ পত্নীৰ কাষত দেখা পোৱা নগ’ল। প্ৰতি বছৰে কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে উপস্থিত থাকেই । এইবাৰ তেওঁৰ এখন  হাত ভাঙিছে। তথাপি ভঙা হাতেৰেই তেওঁ কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছে। ঐশ্বৰ্যই  তেওঁৰ  প্লাষ্টাৰ কৰা  হাত খন আনকি ঢাকিও লোৱা নাছিল।  তেওঁ ২০ বছৰৰো অধিক কাল ধৰি একেৰাহে  কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি আহিছে।  ঐশ্বৰ্য ৰায় বচ্চনক বুধবাৰে নিশা মুম্বাই বিমানবন্দৰত তেওঁৰ কন্যা আৰাধ্যাৰ সৈতে দেখা গৈছিল। কানলৈ যোৱাৰ বাবেই তেওঁলোক বিমান বন্দৰলৈ আহিছিল। কানৰ ৰেড কাৰ্পেটত  ভঙা হাতেৰে  ঐশ্বৰ্য ৰায় বচ্চনে খো পেলৱা  ছবিবোৰে অনুৰাগীসকলৰমাজত আলোড়ণৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বচ্চন পৰিয়ালত যথেষ্ট অস্থিৰতাই বিৰাজ কৰাৰ খবৰ বিয়পি পৰিছে।  
  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Film fare (@filmfare)




প্ৰায় প্ৰতিদিনেই, অভিষেক-ঐশ্বৰ্যৰ  বিয়া ভঙাৰ সম্ভাৱনাৰ খবৰে বলীউড গৰম কৰি ৰাখিছে।   অৱশ্যে, ঐশ্বৰ্য ৰায় বচ্চনে  এনে খবৰকলৈ একো মন্তব্য কৰা নাই।  ঐশ্বৰ্যই মাথো কৈ আহিছে যে তেওঁ এনে উৰাবাতৰিবোৰক  একেবাৰে গুৰুত্ব নিদিয়ে। কিন্তু কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে কন্যাকলৈ  উৰা মৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে।  ভঙা হাতেৰে কানলৈ যোৱা ঐশ্বৰ্য ৰায় বচ্চনৰ কাষত বহুতেই অভিষেকক বিচাৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ