--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ মুচৌৰী-ডেৰাডুন পথত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে দুগৰাকী যাত্ৰীয়ে।

এই ভয়াৱহ দুৰ্ঘটনাত লগতে বাছখনৰ কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হয়। মুচৌৰী-ডেৰাডুন পথত শ্বেৰগাদিৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।

ঘটনা সন্দৰ্ভত মুছৌৰী আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত নিহত হৈছে দুগৰাকী যুৱতীৰ। আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

প্ৰকাশিত বাতৰি অনুসৰি, বাছখন ডেৰাডুনৰ পৰা আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই খাদত বাগৰি পৰিছিল।

এই খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল, এটা অগ্নি নিৰ্বাপক সেৱাৰ দল, আই.টি.বি.পি- ৰ এটা দল আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান চলোৱা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ