--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে আমেৰিকান ক্লাব ইণ্টাৰ মিয়ামিৰ হৈ অভিষেক ঘটাব লায়নেল মেছিয়ে। তাৰ আগতে এটা বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। নিয়ম ভংগ কৰি তেওঁৰ গাড়ীখনে আন এটা ৰাস্তাত প্ৰৱেশ কৰে। সেই সময়তে মেছিৰ গাড়ীখনক আন এখন গাড়ীয়ে খুন্দা মৰাৰ পৰা অলপতে বাচি যায়। যান-বাহনৰ নিয়ম ভংগ কৰাৰ বাবে মেছিয়ে শাস্তি পাব পাৰে বুলি জনা গৈছে। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। অৱশ্যে ভিডিঅ’টো মেছিৰ হয়নে নহয় তাৰ সত্যতা কোনেও দাবী কৰা নাই। ভিডিঅ’টোত মেছিৰ বিলাসী ক’লা গাড়ীখনে ৰঙা চিগনেল ভাঙি আন এটা পথৰ ফালে ঘূৰি গৈছে। সেই সময়ত গাড়ীখন সেই ৰাস্তাতে বেগেৰে গৈ আছিল। মেছিৰ গাড়ী সোমোৱা দেখি আন গাড়ীবোৰে গতি কমাই পাৰ হৈ গ’ল। ফলত দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা হ’ল।

মেছিৰ গাড়ীৰ পিছফালে আছিল এখন আৰক্ষীৰ গাড়ী। কিন্তু পিছফালে থকাৰ বাবে তেওঁলোকে মেছিৰ গাড়ীখন ৰখাব নোৱাৰিলে। মেছিয়ে নিজেই গাড়ীখন চলাইছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। এই ঘটনাৰ ভিডিঅ’টো আমেৰিকাৰ বিভিন্ন চেনেলত প্ৰদৰ্শিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ