--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ১০ হাজাৰৰ ঘৰ৷ চৌবিশ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ১০,৭৫৩গৰাকী লোক৷ দিল্লীত দেওবাৰে নতুনকৈ সংক্ৰমিত হৈছে ১,৬৩৪গৰাকী লোক৷ দিল্লীত দৈনিক পজিটিভিটীৰ হাৰ ২৯.৬৮ শতাংশ। চৌবিশ ঘণ্টাত দিল্লীত ক’ভিডত মৃত্যু হৈছে তিনিজন লোকৰ৷

দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰদান কৰা তথ্য অনুসৰি শনিবাৰে দিল্লীত ৩১.৯ শতাংশ পজিটিভিটীৰ হাৰৰ সৈতে সংক্ৰমিত হৈছে ১,৩৯৬গৰাকী, যি ১৫ মাহত সৰ্বাধিক বুলি চিহ্নিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ