--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰ ২২ জানুৱাৰীত উদ্বোধন হ’ব৷ এই সন্দৰ্ভত দেশত প্ৰচণ্ড উৎসাহ দেখিবলৈ পোৱা গৈছে। ৰাজনীতিৰ কেন্দ্ৰবিন্দুও হৈ পৰিছে ৰাম মন্দিৰৰ উদ্বোধন। 

ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ৰোল-কলৰ সময়ত ‘য়েচ ছাৰ’ বা ‘প্ৰেজেণ্ট ছাৰ’ কোৱাৰ সলনি ‘জয় শ্ৰী ৰাম’ বুলি কৈছে।

ভিডিঅ'টোত দেখা গৈছে যে শিক্ষকজনে ৰোল কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে 'জয় শ্ৰী ৰাম' বুলি কৈছে। এই দৃশ্য গুজৰাটৰ। 

ৰাজ্যখনৰ বনসকান্থা জিলাৰ এখন বিদ্যালয়ৰ এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোক কেন্দ্ৰ কৰি নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যদিও ভিডিঅ’টোৰ সত্যতাৰ তথ্য পোৱা নাই, কিন্তু ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ ওপৰত মানুহৰ পৰা বহু প্ৰতিক্ৰিয়া আহি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক