--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হেড জ'ন নামৰ পাৰ্লাৰখনতে কৰ্মৰত আছিল যুৱকজন। পাৰ্লাৰখনৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা পাবলৈ আছিল সাগৰে।

ডিজিটেল ডেস্কঃ মহানগৰীৰ খ্ৰীষ্টানবস্তীৰ শংকৰ কমপ্লেক্সত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। হেড জ'ন নামৰ এখন পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজন দৰং ছিপাঝাৰৰ সাগৰ বনিয়া বুলি চিনাক্ত।  


হেড জ'ন নামৰ পাৰ্লাৰখনতে কৰ্মৰত আছিল যুৱকজন। পাৰ্লাৰখনৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা পাবলৈ আছিল সাগৰে। 


মুকেশ আগৰৱাল নামৰ এজন লোকে চলাই আছিল পাৰ্লাৰখন।  পাৰ্লাৰখনত মেনেজাৰ হিচাপে কৰ্মৰত আছিল সাগৰ বনিয়া।


প্ৰায় ৩ বছৰ ধৰি মাহিলি দৰমহা দিয়া নাছিল সাগৰক। টকা নিদিয়াক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে কাজিয়া হৈছিল মালিকৰ সৈতে।


নিশা সেই কথা পৰিয়ালক জনাইছিল মৃত সাগৰ বনিয়াই।


সাগৰ বনিয়াক পৰিকল্পিতভাৱেই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। হত্যাকাণ্ড সংঘটিত কৰি ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ।


ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ