--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী প্ৰধানমন্ত্ৰীৰ দাবীত হতচকিত বিশ্ব! নৱবৰ্ষ উপলক্ষে শ্বেয়াৰ কৰা ভিডিঅ’ বাৰ্তাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনৱাৰ-উল হক কাকৰে দেশৰ জনসাধাৰণক দিয়া প্ৰশ্নসমূহৰ এটা উত্তৰে সকলোকে আচৰিত কৰি তুলিছে৷


কাকৰক সোধা হৈছিল যে ৫২ বছৰীয়া এজন ব্যক্তিয়ে নিজৰ পছন্দৰ মহিলাক বিয়া কৰাব লাগে নেকি? এই কথাত তেওঁ উত্তৰ দিলে, "অৱশ্যেই আপুনি ৮২ বছৰীয়া হ'লেও যদি ভালপাই কৰাওক।"


আন এজন ব্যক্তিয়ে সুধিলে যে এগৰাকী পাগল শাহু থাকিলে কি কৰিব লাগে। ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সম্ভৱতঃ “দুৰ্যোগ ব্যৱস্থাপনা পাঠ্যক্ৰম” ল’ব লাগিব।কাৰোবাক আপ্লুত কৰিব বিচাৰিলে আৰু তেওঁৰ হাতত টকা নাথাকিলে কি কৰিব লাগে সেই সম্পৰ্কে আন এটা প্ৰশ্নৰ উত্তৰত কাকৰে কয় যে তেওঁ জীৱনত কেতিয়াও কাকো আপ্লুত কৰিবলৈ চেষ্টা কৰা নাছিল যদিও তেওঁ সদায় আন বহুতৰে দ্বাৰা আপ্লুত হৈ আহিছে।বহিঃৰাষ্ট্ৰত চাকৰি পালে আৰু নিজৰ প্ৰেম এৰিব লগা হ'লে কি কৰিব লাগে বুলি সোধাত কাকৰে কয়, "মই অনুমান কৰিছোঁ যে আপুনি আকস্মিকভাৱে প্ৰেম লাভ কৰে আৰু নিজৰ সামৰ্থ অনুসৰি চাকৰি পায়। আপোনাৰ সামৰ্থ অনুসৰি চাকৰিটো পোৱাৰ সুযোগ পাব৷"

উল্লেখ্য যে, ধনৰ অভাৱত ভোগা দেশখন শাসন কৰিবলৈ আৰু সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ পাকিস্তানৰ হস্ৰকালীন প্ৰধানমন্ত্ৰী হিচাপে আনোৱাৰ উল-হক কাকৰক নিৰ্বাচিত কৰা হয়।চলিত বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাকিস্তানৰ সাধাৰণ নিৰ্বাচন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক