--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে বহু ৰোগত ভুগিছে। ইয়াৰে এটা ৰোগ হ’ল নিম্ন ৰক্তচাপ। স্বাস্থ্য বিশেষজ্ঞৰ মতে যিকোনো সুস্থ ব্যক্তিৰ ৰক্তচাপ সাধাৰণতে ১২০/৮০ মিলিমিটাৰ পাৰাপাৰচেণ্ট হ’ব লাগে। যেতিয়া এই ৰক্তচাপ ৯০/৬০ মিলিমিটাৰ পাৰাপাৰচতকৈ কম হয় তেতিয়া ইয়াক নিম্ন ৰক্তচাপ বোলা হয়।

ইয়াৰ কাৰণে এজন ব্যক্তিয়ে মূৰ ঘূৰোৱা, মূৰৰ বিষ, বমি, ভাগৰুৱা আৰু দুৰ্বলতাৰ লক্ষণ অনুভৱ কৰে। সঠিক সময়ত নিয়ন্ত্ৰণ নকৰিলে ৰোগীজনৰ হাৰ্ট এটেকো হ’ব পাৰে। আজি আমি আপোনালোকক ক'ম নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৩টা বিশেষ কথা। 

এই ঘৰুৱা উপায় গ্ৰহণ কৰক

১) কিচমিচঃ  নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কিচমিচ খাব পাৰে। ইয়াৰ বাবে ৰাতি শোৱাৰ আগতে ৪-৫টা কিচমিচ পানীত তিয়াই ল’ব লাগে। পুৱা সাৰ পোৱাৰ পাছত সেয়া খালী পেটতে সেৱন কৰক। ইচ্ছা কৰিলে সেই পানীও খাব পাৰে। এনে কৰিলে আপোনাৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকিব।

২) অশ্বগন্ধাঃ কম বি পি নিয়ন্ত্ৰণৰ বাবেও অশ্বগন্ধাৰ ব্যৱহাৰ উপকাৰী বুলি গণ্য কৰা হয় (Low BP Control Tips)। ইয়াত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ইয়াক সেৱন কৰিবলৈ এচামুচ অশ্বগন্ধা গুড়ি খাব লাগে। ইয়াৰ পিছত আধা গিলাচ কুহুমীয়া পানী লৈ তাত এই গুড়ি মিহলাই সেৱন কৰক। এই পাউদাৰ দিনটোত দুবাৰকৈ খালে আপোনাৰ বি পি নিয়ন্ত্ৰণ হ’ব।

৩) তুলসীৰ পাতঃ যিসকলৰ বি পি কম হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে তুলসীৰ পাতে ঔষধ হিচাপে কাম কৰে। ইয়াত পটাছিয়াম, ভিটামিন চি আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত এনে বহু এন্টি-অক্সিডেন্টো পোৱা যায়, যিয়ে নিয়মীয়াকৈ বি পি বজাই ৰখাত সহায় কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে বি পি কম হ’লে ৪ টা তুলসীৰ পাত চাফা কৰি লাহে লাহে চোবাই খাব লাগে। এনে কৰিলে আপুনি ফিট হৈ পৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ