--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি চৰ্চিত চেলিব্ৰিটি দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা৷ দুয়োৰে সম্পৰ্ক গাঢ় হোৱাৰ পৰাই বয়সৰ ব্যৱধানৰ বাবে বহুতো বিতৰ্ক তথা সমালোচনাৰ সন্মুখীন হৈছিল৷ তেওঁলোকৰ বিচ্ছেদৰ উৰাবাতৰিও প্ৰায়ে শিৰোনাম দখল কৰে ৷ কিন্তু সকলো সমালোচনাৰ পাছতো দম্পতীহালে শ্বেয়াৰ কৰে ভালপোৱাৰ ছবি। তেওঁলোকৰ প্ৰেম আৰু সৰু সৰু বস্তুত ইজনে-সিজনক কৰা সমৰ্থনবোৰে আপ্লুত কৰে দুয়োৰে অনুৰাগীক। অৰ্জুন কাপুৰে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ শেহতীয়া পোষ্টত তেওঁৰ প্ৰেমিকা মালাইকাক ধন্যবাদ জনায়। অভিনেতাজনে যোগাভ্যাস কৰি থকা কিছুমান ফটো শ্বেয়াৰ কৰিছিল। তেওঁ পোষ্টটোত লিখিছিল যে তেওঁ শাৰীৰিকভাৱে কিছুমান সমস্যা সমাধান কৰিবলৈ আইয়েঞ্জাৰ যোগৰ সৈতে 'এটা নতুন যাত্ৰা' আৰম্ভ কৰিছে। অৰ্জুনে তেওঁৰ প্ৰেমিকা আৰু ফিটনেছ উৎসাহী মালাইকা অৰোৰাকো সহায় কৰাৰ বাবে ধন্যবাদ জনাইছিল। অৰ্জুন কাপুৰৰ পোষ্টটোৰ শিৰোনামটোত লিখিছে, 'মই এটা নতুন যাত্ৰা আৰম্ভ কৰিছো, আয়েংগাৰ যোগৰ সৈতে। মোৰ কঁকালৰ গাঁঠি খুলিবলৈ আৰু মোৰ তল পিঠিৰ আঘাতৰ সমস্যাবোৰ ঠিক কৰিবলৈ বিচৰিছো ৷ @sarvesh_shashi, @malaikaaroraofficial আৰু মোৰ প্ৰশিক্ষক @yoga_subhamsri ধন্যবাদ, চিৰদিনৰ বাবে কৃতজ্ঞ!!!'

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক