--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোদ যোগী ৰাজ্য উত্তৰ প্ৰদেশতে সংঘটিত হৈছে ১১টাকৈ গো-হত্যাৰ অভিযোগ। শস্য ধ্বংস হোৱাৰ বাবে কেইজনমান কৃষকে ক্ষোভৰ বশবৰ্তী হৈ ৰেল লাইনত দুই ডজন গৰু ঠেলি দিয়ে। ইয়াৰ পিছতে ৰে’লৰ আগত পৰি ১১টা গৰু মৃত্যু হয়। আন কেইবাটাও গৰু আহত হয়।

উত্তৰ প্ৰদেশৰ চম্বল জিলাত শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা। তাৰপাছতে সোঁপন্থী সংগঠনবিলাকে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

স্থানীয় ৰাইজৰ অভিযোগ যে গৰুবোৰে অঞ্চলটোত শস্য নষ্ট কৰি পেলাইছে। সেইবাবেই ক্ষুব্ধ কৃষকসকলে ৰেল লাইনত গৰুবোৰ এৰি দিছিল।

এই ঘটনাত সৰৱ হৈ পৰিছে স্থানীয় গোপালকসকলে। স্বঘোষিত গৰু ভিজিলেণ্ট অজয় ​​প্ৰজাপতিয়ে কয়, ‘যোৱা দুমাহত এনে এক ডজনৰো অধিক ঘটনা সংঘটিত হৈছে। ৰেলপথত পেলাই দি গৰুবোৰক হত্যা কৰা হৈছে।'' লগতে এফআইআৰ দাখিল কৰিবলৈও অনুৰোধ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক