--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত এক সামৰিক অভিযানৰ ঘোষণা কৰে। ইয়াৰ পূৰ্বতে তেওঁ পূব ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্ক অঞ্চলক "স্বাধীন ৰাজ্য" হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছিল।

ইউক্ৰেইনৰ ক্ৰিমিয়াক  ২০১৪  চনত দখল কৰা হৈছিল। ইউক্ৰেইনৰ চাৰিটা অঞ্চল আছে যিবোৰ চাৰি মাহ আগতে গণভোটৰ দ্বাৰা সংযুক্ত কৰা হৈছিল – ডনেটস্ক আৰু লুহানস্ক (একেলগে এই দুটা অঞ্চলক ডনবাছ বুলি কোৱা হয়), লগতে জাপোৰিজিয়া আৰু খেৰচন। সকলো অঞ্চল ইউক্ৰেইনৰ অংশ হিচাপে দেখুওৱা হৈছে।

চুইডেনৰ ৰাছিয়ান দূতাবাসে শেহতীয়াকৈ টুইটাৰত ঐক্যবদ্ধ ইউক্ৰেইনৰ এনে এখন মানচিত্ৰ পোষ্ট কৰিছে ৷ ইউৰোপৰ বিভিন্ন দেশত ইন্ধন তেলৰ মূল্যৰ পৰিসংখ্যা প্ৰদান কৰাৰ সময়ত মানচিত্ৰখন পোষ্ট কৰা হৈছিল।

 ভ্লাদিমিৰ পুটিনৰ চৰকাৰক সেই পোষ্টৰ ফলস্বৰূপে ইন্টাৰনেটত যথেষ্ট  উপহাস কৰা হৈছে। ঘটনাক্ৰমে, ইউৰোপৰ বিভিন্ন দেশত ইন্ধন তেলৰ মূল্যৰ পৰিসংখ্যা প্ৰদান কৰাৰ সময়ত মানচিত্ৰখন পোষ্ট কৰা হৈছিল।

পুটিনৰ বিৰুদ্ধে ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পদখলৰ বাবে ৰাছিয়াৰ মানচিত্ৰত জাপোৰিজিয়া যোগ দিব বিচৰা বুলি অভিযোগ কৰা হৈছে। আনহাতে, ক্ৰিমিয়া আৰু খেৰছনৰ বন্দৰ চহৰসমূহৰ প্ৰতি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ আগ্ৰহৰ মুখ্য কাৰণ হৈছে কৃষ্ণ সাগৰৰ ওপৰত বছৰজুৰি নিয়ন্ত্ৰণ বজাই ৰখা। কাৰণ, বৰফ জমা হোৱাৰ বাবে ৰাছিয়াৰ মূল ভূখণ্ডৰ প্ৰতিটো বন্দৰ শীতকালত বন্ধ থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ