--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ সপোন পূৰ কৰিবলৈ প্ৰত্যেকগৰাকী লোকৰে হাবিয়াস থাকে৷ তামিলনাডুৰ চালেমৰ এজন যুৱকে শনিবাৰে ১টকাৰ মুদ্ৰাত সম্পূৰ্ণ পৰিমাণ পৰিশোধ কৰি তেওঁৰ ২.৬ লাখ টকাৰ সপোনৰ বাইকখন ক্ৰয় কৰিছে। ভি বুবাথি নামৰ যুৱকজনে তিনি বছৰৰ পৰা ১ টকাৰ মুদ্ৰা সঞ্চয় কৰি এটা শ্ব’ৰূমলৈ লৈ গৈছিল আৰু ক্ৰয় কৰিছিল এখন নতুন বাজাজ ড’মিনাৰ। ভাৰত এজেন্সীৰ মেনেজাৰ মহাবিক্ৰান্তে কয় যে, ‘মটৰচাইকেলৰ শ্ব’ৰূমৰ কৰ্মচাৰীসকলে বুবাথিৰ তিনি বছৰৰ সঞ্চয় গণনা কৰিবলৈ ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল।’ বুবাথি এজন বিচিএ স্নাতক আৰু চাৰি বছৰ পূৰ্বে ইউটিউব চেনেল আৰম্ভ কৰিছিল৷ ইয়াৰ পূৰ্বে তেঁও এটা ব্যক্তিগত কোম্পানীত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিছিল। তেওঁ তিনি বছৰ পূৰ্বে এখন বাইক কিনাৰ সপোন দেখিছিল৷ কিন্তু সেইসময়ত হাতত টকা নাছিল৷ সেই সময়ত বাইকখনৰ দাম আছিল ২ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন