--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এজন ব্যক্তিয়ে মানুহক বিনামূলীয়াকৈ ৪ হাজাৰ ফুচকা খুৱাইছিল। বিনামূলীয়াকৈ ফুচকা খুওৱাৰ পোষ্টাৰ এখনো লগাই দিছিল তেওঁ। খবৰটো বিয়পি পৰাৰ লগে লগে তেওঁৰ ষ্টলত ভিৰ কৰিলেহি গ্ৰাহকে। কি ল’ৰা-ছোৱালী, কি বয়োজ্যেষ্ঠ আৰু কি ডেকা-গাভৰু, হাজাৰ মানুহ তাত গোট খালে। আপুনি নিশ্চয় ভাবিছে যে ব্যক্তিজনে মানুহক বিনামূলীয়াকৈ ফুচকা খুওৱাৰ অৰ্থ কি...

ঘটনাটো মধ্য প্ৰদেশৰ ছিণ্ডৱাৰাৰ। ইয়াত বাস কৰা সঞ্জিত চন্দ্ৰবংশীৰ ১০ বছৰৰ পাছত এটি কন্যা সন্তান জন্ম হৈছিল, এই সুখতে তেওঁ ৰাইজক ফ্ৰীতে ফুচকা খুৱাইছিল। চন্দ্ৰবংশীয়ে কয় যে তেওঁৰ তিনিজন ভাতৃ আছে আৰু যোৱা ১০ বছৰত ঘৰখনত কোনো কন্যা সন্তান জন্ম হোৱা নাই। মঙলবাৰে  তেওঁৰ পত্নীয়ে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে। সেই সুখত হিয়া উথলি উঠে সঞ্জিত চন্দ্ৰবংশীৰ।
MP: पानी पूरी बेचने वाले के घर पैदा हुई बेटी, फ्री में खिलाए 4 हजार  गोलगप्पे - Daughter born in the house of a pani puri seller in MP fed 4  thousand
সঞ্জিত চন্দ্ৰবংশীয়ে চিণ্ডৱাৰাৰ পোলা খেলপথাৰৰ সমীপত 'অথৰ্ব গুপচুপ এণ্ড  চাট চেণ্টাৰ' নামেৰে এটা ফুচকা ষ্টল চলাই আছে। প্ৰতিদিনে তেওঁৰ প্ৰায় ২০০০ ফুচকা বিক্ৰী হয়। কন্যা সন্তান জন্ম হোৱাৰ আনন্দত তেওঁ ৪০০০ ফুচকা ৰাইজক বিনামূলীয়াকৈ খুৱাই দিলে। তেওঁ আগতেই কৈছিল যে যদি তেওঁৰ ঘৰত কন্যা সন্তান জন্ম হয় তেন্তে তেওঁ বিনামূলীয়াকৈ ফুচকা বিতৰণ কৰিব।

সঞ্জিতৰ ষ্টলত বিনামূলীয়াকৈ ফুচকা খাবলৈ অহা মানুহবোৰে যেতিয়া তাৰ আঁৰৰ কাৰণ জানিব পাৰিলে, তেতিয়া সকলোৱে সঞ্জিত চন্দ্ৰবংশীক প্ৰশংসা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক