--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰতে বহি উপাৰ্জনৰ পথ প্ৰশস্ত কৰিবলৈ সকলোৱে বিচাৰে৷ এতিয়া ঘৰতে বহি আপুনি হ'ব পাৰে লাখপতি৷ শুনিলে হয়টো আপোনাৰো উঠিব পাৰে হাঁহি৷ কিন্তু আমি আজি দিব বিচাৰিছো এনে এক খবৰ যিটো শুনিলে হ'ব আপুনি পৰে লাখপতি৷ আমাৰ বহুতৰে লগত আছে ৫, ১০ পইচাৰৰ মুদ্ৰা। যদি আপুনি এই সকলো ভাৰতীয় মুদ্ৰা বিক্ৰী কৰে, আপুনি হৈ উঠিব লাখপতি। কিন্তু ইয়াৰ বাবে আপুনি ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰী কৰা নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব।

খবৰ অনুসৰি, পুৰণি মুদ্ৰা আৰু নোটসমূহ বহুতো ৱেৱছাইটত নিলাম হৈ আছে৷ আপুনি এই মুদ্ৰাবোৰ অনলাইনত বিক্ৰী কৰি ১০ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে বুলিও জানিবলৈ পোৱা গৈছে। নোট আৰু এই সকলোবোৰ মুদ্ৰা বিক্ৰী কৰাৰ বাবে আপুনি ৱেবছাইটসমূহত দৃষ্টি নিক্ষেপ কৰাটো বাঞ্চনীয়।

বৈষ্ণো দেৱীৰ ছবি থকা ৫ বা ১০ পইচাৰ মুদ্ৰাত পূৰ্বতে লেনদলেনৰ বাবে ব্যৱহাৰ কৰিছল৷ বৰ্তমান সময়ত অচল হৈ পৰিছে এই মুদ্ৰাসমূহ৷ এতিয়া এই অচল মুদ্ৰাসমূহ বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন অৰ্জন কৰিব পাৰিব। উল্লেখ্য যে, এই মুদ্ৰাবোৰৰ ওপৰত ২০০২ চনত নিৰ্দেশনা জাৰী কৰা হৈছিল৷ শেহতীয়াকৈ ই-কমাৰ্চ ছাইটবোৰে এই মুদ্ৰাসমুহৰ ওপৰত চাহিদা দেখিবলৈ পোৱা গৈছে। কুইকাৰ বা অ'এলএক্সত দৰে প্লেটফৰ্মত এই মুদ্ৰাসমূহ বিক্ৰী কৰিবলৈ বিজ্ঞাপনো জাৰি কৰিছিল।

পুৰণি নোট আৰু মুদ্ৰা কেনেদৰে বিক্ৰী কৰিব লাগে জানো আহঁক-

আপুনি বিক্ৰী কৰিব বিচৰা মুদ্ৰাৰ এখন ফটো উঠাওক। তাৰপাছত কুইকাৰ বা অ'এলএক্সত আপলোড কৰক। তাত কোম্পানীটোৱে আপোনাৰ বিজ্ঞাপনটো প্ৰদৰ্শন কৰিব। পুৰণি নোট আৰু মুদ্ৰা ক্ৰয় কৰিব বিচৰা আগ্ৰহী লোকসকলে বিজ্ঞাপনটো মুকলি হোৱাৰ লগে লগে আপোনাৰ সৈতে যোগাযোগ কৰিব।
তেতিয়া আপুনি কোম্পানীটোৰ সৈতে এক চুক্তিত প্ৰৱেশ কৰিব পাৰে আৰু সিদ্ধান্ত ল'ব পাৰে।

অৱশ্যে, এই বছৰৰ আগষ্টমাহত, ভাৰতীয় ৰিজাৰ্ভ বেংকে অনলাইনত পুৰণি নোট আৰু মুদ্ৰা বিক্ৰী আৰু ক্ৰয় কৰাৰ বিষয়ে এক সতৰ্কবাণী বাণীও জাৰি কৰিছিল।

কেন্দ্ৰীয় বেংকেৰ মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে বিষয়ত লেনদেন নকৰে আৰু কেতিয়াও কোনো মাচুল বা কমিছন ইয়াৰ বাবে বিচৰাও নাছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনো প্ৰতিষ্ঠান বা ব্যক্তি আদিক অনুমোদন জনোৱা নাই বুলিও কেন্দ্ৰীয় বেংকে অৱগত কৰায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে