--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ গৰাকী নাবালিকা ছাত্ৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল এজন কম্পিউটাৰ শিক্ষক। উত্তৰ প্ৰদেশৰ চাহজানপুৰৰ এখন চৰকাৰী স্কুলত সংঘটিত হৈছে এই কাণ্ড। নিৰ্যাতিতা ছাত্ৰীসকলৰ ভিতৰত দলিত ছাত্ৰীও আছে।

দেওবাৰে এই গোচৰৰ লগত জড়িত কম্পিউটাৰ শিক্ষকজনৰ উপৰিও আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত কম্পিউটাৰ শিক্ষকৰ নাম মহম্মদ আলী। ইয়াৰ উপৰিও সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কুমাৰ আৰু সাজিয়া নামৰ এগৰাকী সহকাৰী শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযুক্তৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইন আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস