--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ্লে-জী৷ এই জনপ্ৰিয় বিস্কুটবিধ সকলো শ্ৰেণীৰ লোকৰ মাজত অতি জনপ্ৰিয়। জানো আহক পাৰ্লে-জীৰ বিষয়ে৷

পাৰ্লে জি বিস্কুট প্ৰথম প্ৰস্তুত হৈছিল মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ এটা পুৰণি কাৰখানাত। মোহনলাল দয়াল নামৰ ব্যক্তিগৰাকীয়ে ১৯২৯ চনত এই কাৰখানাটো ক্ৰয় কৰিছিল। তাৰ পিছত মোহনলাল দয়ালে এই কাৰখানাত মিঠাই বনাবলৈ আৰম্ভ কৰিলে।

১৯৩৮ চনত প্ৰথমবাৰৰ বাবে এই কাৰখানাত পাৰ্লে গ্লুকো নামৰ বিস্কুটৰ উৎপাদন আৰম্ভ হয়। ১৯৮০ চনৰ পিছত পাৰ্লে গ্লুকোক চুটি কৰি পাৰ্লে জি বুলি কোৱা হয়। পাৰ্লে জিত থকা “জি” ৰ অৰ্থ হ’ল গ্লুক’জ।

পাৰ্লে জি কেৱল ভাৰততে নহয় বিদেশতো অতি জনপ্ৰিয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশতো পাৰ্লে জি বিক্ৰী হয়। আমাৰ চুবুৰীয়া দেশ পাকিস্তানতো পাৰ্লে জিৰ চাহিদা আছে।

বৰ্তমান ভাৰতত ৬৫গ্ৰাম পাৰ্লে জি বিস্কুটৰ এটা পেকেটৰ দাম মাত্ৰ ৫ টকা। আমেৰিকাত ৫৬.৫ গ্ৰাম ওজনৰ ৮ পাৰ্লে জি বিস্কুটৰ পেকেট ১ ডলাৰত বিক্ৰী হয়। অৰ্থাৎ আজিৰ তাৰিখত ভাৰতীয় মূল্যৰ হিচাপত ৮০.৫০ টকাৰ বিনিময়ত আমেৰিকাত ৮ পেকেট সৰু পাৰ্লি জি বিস্কুটৰ পেকেট কিনিবলৈ পোৱা যায়।

আনহাতে, পাকিস্তানত এতিয়া তীব্ৰ হাৰত মূল্য বৃদ্ধি দেখা পোৱা গৈছে৷ পাৰ্লে জি বিস্কুটৰ এটা পেকেটৰ দাম পাকিস্তানত ৫০ টকা হৈছেগৈ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস