--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে শুকুৰবাৰে প্ৰায় ৪৫,০০০ কোটি টকাৰে  কেইবাখনো এছইউ-৩০  এমকেআই বিমান ক্ৰয়ত অনুমোদন জনায়৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে৷

 বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) সৈতে  সম্পৰ্কিত সঁজুলিৰ সৈতে ১২ খন এছইউ-৩০ এমকেআই বিমান ক্ৰয়ৰ বাবে অনুমোদন জনোৱা হৈছে৷ 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, সুৰক্ষা, গতিশীলতা, আক্ৰমণ প্ৰতিহত কৰা আৰু যান্ত্ৰিক ক্ষমতা বৃদ্ধি কৰাৰ বাবে ডিএচিয়ে লাইট আৰ্মৰ্ড মাল্টিপাৰপজ ভেহিকেল (এলএএমভি) আৰু ইণ্টিগ্ৰেটেড চাৰ্ভিলেঞ্চ এণ্ড টাৰ্গেটিং চিষ্টেম (আইএছএটি-এছ) ক্ৰয়ৰ বাবে এই অনুমোদন প্ৰদান কৰে।


ডিএচিয়ে ভাৰতীয় নৌসেনাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ জৰীপ জাহাজ ক্ৰয়ৰ বাবেও অনুমোদন জনাইছে৷ এই জাহাজে  হাইড্ৰ'গ্ৰাফিক অভিযান সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিব ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা