--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ জনকৈ লোকৰ প্ৰাণহানী ঘটোৱা এটা বাঘক মহাৰাষ্ট্ৰ বন বিভাগে আটক কৰিছে। বৃহস্পতিবাৰে ধৰা পেলোৱা বাঘটোক চিটি-ৱান নামেৰে বন বিভাগে নামাকৰণ কৰিছে।

বাঘটোৱে মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্লৰ গাডচিৰলি আৰু চন্দ্ৰপুৰ জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি বন বিভাগে জনাইছে। ৱাডছা নামৰ বনাঞ্চল এখনৰ পৰা ওলাই গৈ বাঘটোৱে জিলা দুখনত জনবসতিত উপদ্ৰৱ চলাইছিল। ফলস্বৰূপে অঞ্চলটোৰ মানুহৰ প্ৰতি এক ভয়ানক ভাবুকি হৈ পৰিছিল।

অৱশেষত ৱাডছা বনাঞ্চলৰ পৰা বন বিভাগে এটা অভিযানযোগে বাঘটোক আটক কৰে। আটক কৰি ১৮৩ কিলোমিটাৰ নিলগৰ নাগপুৰস্থিত গৰেৱাড়া বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ বাঘটোক প্ৰেৰণ কৰা হয়।

সাধাৰণতে বাঘে মানুহক সহজে আক্ৰমণ নকৰে। কিন্তু নিজৰ পোৱালি বচাবলৈ অথবা নিজৰ জীৱন বচাবলৈ বন্যজন্তুটোৱে মানুহক আক্ৰমণ কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক