--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰোৱাৰ কপালত এগৰাকীও কইনা নিমিলে যদিও ইণ্ডোনেছিয়াৰ এগৰাকী লোকে পিছে ৮৮ নম্বৰৰ বিয়াৰ বাবে সাজু হৈছে।পশ্চিম জাভাৰ মাজালেংকাৰ বাসিন্দা কানে প্ৰথমবাৰ ১৪ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখনত কইনাগৰাকী তেওঁতকৈ দুবছৰ ডাঙৰ আছিল। কানে পিছত বিবাহ বিচ্ছেদো কৰিছিল।

তেওঁৰ বয়স এতিয়া ৬১ বছৰ। পশ্চিম জাভাৰ মাজালেংকাৰ বাসিন্দা  বৃদ্ধ জনে ৮৮ সংখ্যক  বিবাহ সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। তেওঁৰ মতে তেওঁ কোনো মহিলাকে বিমুখ কৰিব নোৱাৰে। সেইবাবেই পাতি গৈছে ইখনৰ পিছত সিখনকৈ বিয়া।

বাৰে বাৰে বিয়া কৰাৰ বাবে ইণ্ডোনেছিয়াত 'প্লেবয় কিং' হিচাপে কানৰ খ্যাতি আছে। এইবাৰ তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ৬১ বছৰীয়া কান পেছাত এজন কৃষক। 
এইবাৰ কানে বিয়া কৰিবলৈ ওলোৱা কইনাগৰাকী হৈছে কানৰ ৮৬ সংখ্যক  পত্নী।

কানে পূৰ্বৰ বিয়া বোৰ বিচ্ছেদত পৰিণত হোৱাকলৈ কৈছে "সেই সময়ত মোৰ আচৰণ বৰ বেয়া আছিল। মোৰ বেয়া আচৰণৰ বাবে মোৰ পত্নীসকলে  বিবাহ বিচ্ছেদ বিচাৰিছিল"। অৱশ্যে তেওঁ বেয়া আচৰণৰ অৰ্থ কি বুলি উল্লেখ কৰা নাই।

কাহনে কৈছিল যে তেওঁৰ প্ৰথম বিবাহ ভাঙি যোৱাৰ পিছত তেওঁ খং উঠিছিল। তেওঁ আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ প্ৰতি আগ্ৰহী। তেওঁ সিদ্ধান্ত লৈছিল যে এইবাৰ বহুতো মহিলা তেওঁৰ প্ৰেমত পৰিব। "সেয়া যিয়েই নহওঁক, মই মহিলাসকলৰ প্ৰতি অসন্মানজনক একো নকৰো। মই আনকি কাৰো মনৰ সৈতে নাখেলোঁ। যোৱা ৮৭ খন বিবাহত কানৰ কিমানটা সন্তান আছে সেয়া জনা নাযায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক