--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিশ্যন ছাকচেছফুল! ৪০০ ঘণ্টাৰো অধিক সময় ধৰি চলা অভিযানৰ অন্তত উদ্ধাৰকাৰীসকলে ১২ নৱেম্বৰৰ পৰা উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।নিশা প্ৰায় ৮ বজাত প্ৰথমজন শ্ৰমিকক উলিয়াই আনি এম্বুলেন্সত চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়। প্ৰতিজন শ্ৰমিকক চকা লগোৱা ষ্ট্ৰেচাৰত উলিয়াই আনিবলৈ ৩-৫ মিনিট সময়ৰ প্ৰয়োজন হয়।ইয়াত অসমৰ দুই শ্ৰমিক সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ শৰ্মাও আছে৷


চলি থকা উদ্ধাৰ অভিযানৰ অংশ হিচাপে সুৰংগটোৰ ভিতৰত অস্থায়ী চিকিৎসা সুবিধা স্থাপন কৰা হৈছে। শ্ৰমিকসকলক উলিয়াই অনাৰ পাছত এই সুবিধাত স্বাস্থ্য পৰীক্ষা কৰা হ’ব। কোনো সমস্যাৰ সৃষ্টি হ’লে স্বাস্থ্য বিভাগে ৮খন বিচনাৰ ব্যৱস্থা কৰিছে, আৰু তাৎক্ষণিক সহায়ৰ বাবে চিকিৎসক আৰু বিশেষজ্ঞৰ এটা দল নিয়োগ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক