--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ফেশ্বন, ষ্টাইল আৰু সৌন্দৰ্য্যৰ প্ৰতি ভাল পোৱা আৰু আগ্ৰহ থকা লোকসকলে প্ৰতি বছৰে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ অপেক্ষা কৰে। 

এতিয়া তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিবলৈ ওলাইছে কাৰণ ১৮ নৱেম্বৰত এল ছালভাডৰত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। এইবাৰ ৯০খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ভাৰতৰ দলৰ পৰা অংশগ্ৰহণ কৰিব মিছ ডিভা ২০২৩। 

৭২ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক উপস্থাপন কৰিব শ্বেতা শাৰ্দাই। আপোনালোকক কওঁ যে শ্বেতা হৈছে ২০২৩ চনৰ মিছ ডিভা ইউনিভাৰ্ছৰ বিজয়ী। তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। ২২ বছৰীয়া শ্বেতা চণ্ডীগড়ৰ বাসিন্দা। শ্বেতা এগৰাকী মডেল আৰু এগৰাকী নৃত্যশিল্পী। ডান্স দীৱান, ডান্স প্লাছ, ডান্স ইণ্ডিয়া ডান্সৰ দৰে বহু টিভি ৰিয়েলিটি শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে। 

কেৱল এয়াই নহয়, তেওঁক ৰিয়েলিটি শ্ব’ ঝলক দিখলাজাৰ কৰিঅ’গ্ৰাফাৰ হিচাপেও চুক্তিবদ্ধ কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক