--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰতি সপ্তাহত এখন নতুন গাড়ী বজাৰলৈ আহে। পেট্ৰ'ল, ডিজেল চালিত গাড়ীৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক গাড়ীলৈকে আমি দেখিবলৈ পাইছো। এখন গাড়ীয়ে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। এই ভিণ্টেজ গাড়ীখন ১৯৬৬ চনৰ পৰা ৰাস্তাত চলি আছে। গাড়ীখনৰ নাম Volvo P1800। নিউয়ৰ্কৰ ইৰভ গৰ্ডন নামৰ লোকজনে নিয়মীয়াকৈ তেওঁৰ ৰঙা ভিণ্টেজ গাড়ীখন চাৰ্ভিচ কৰিছিল আৰু ২০১৮ চনত তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁৰ সৈতে আছিল গাড়ীখন। ইৰভ গৰ্ডন পেছাত এজন শিক্ষক। ইৰভ গৰ্ডনৰ মৃত্যুৰ সময়লৈকে গাড়ীখন ৩০ লাখ কিলোমিটাৰতকৈও অধিক চলিছিল। গাড়ীখনে ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ১০ লাখ কিলোমিটাৰ দূৰত্ব সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ ব্ৰেক প্ৰথমে ১.৬০ ৰাস্তাত চলাবৰ বাবে একদম সঠিক অৱস্থাত আছে। বৰ্তমানলৈকে গাড়ীখনে ৪৮ লাখ কিলোমিটাৰ অতিক্ৰম কৰিছে। Volvo P1800-ত ১.৮ লিটাৰৰ ইঞ্জিন আছে। ই ১০৩ এইচপি শক্তি আৰু ১৫০ এনএমৰ শীৰ্ষ টৰ্ক উৎপন্ন কৰে। ই সৰ্বাধিক মাইলেজ গাড়ীৰ অভিলেখো ৰচিছে। ভলভো কোম্পানীয়ে গৰ্ডনৰ সমৰ্পণৰ প্ৰশংসা কৰিছিল আৰু তেওঁক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল। প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে তেওঁক এখন নতুন কাৰো দিছিল, কিন্তু তেওঁৰ ৰঙা Volvo P1800ৰ প্ৰতি তেওঁৰ প্ৰেম ৰৈ গৈছিল আৰু তেওঁ এইখনকে চলাই গৈছিল। আৰু পঢ়কঃ চকুৰে সৰিয়হ ফুল দেখিছে ৰাইজে! পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি, গুৱাহাটীত কোবালে চেঞ্চুৰী

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক