--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সংৰক্ষিত বাহিনীক মাতি অনাৰ পিছত ৰাছিয়াৰ সামৰিক বাহিনীত ২,০০,০০০ ৰো অধিক লোকক নিযুক্তি দিয়া হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে মঙলবাৰে এইকথা কৈছিল।

"আজিলৈকে ২,০০,০০০ তকৈও অধিক লোকে সেনাবাহিনীত যোগদান কৰিছে," শ্বইগুৱে টেলিভিছনত এক অনুষ্ঠানত কয়। '

যোৱা মাহত, ইউক্ৰেইনৰ বাহিনীয়ে তেওঁলোকৰ প্ৰতি-আক্ৰমণ তীব্ৰ কৰাৰ পিছত ৰাছিয়াৰ বাহিনী পিছুৱাই যাবলৈ বাধ্য হৈছিল। প্ৰায় ছয় মাহ ধৰি চলি থকা যুদ্ধত মস্কোযথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ২১ ছেপ্টেম্বৰত, পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰিবলৈ সংৰক্ষিত বাহিনীক মাতি পঠিয়াইছিল। অনুমান কৰা হৈছে যে তেওঁৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত, প্ৰায় ৩০০০০০অসামৰিক লোকে ৰাছিয়াৰ সেনাত যোগদান কৰিব।

শোইগুৱে কৈছিল যিসকলক নিয়োগ কৰা হৈছে তেওঁলোকক ছয়টা প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৮০ টা স্থানত প্ৰশিক্ষণ দিয়া হৈছে। সেনা আৰু নৌসেনাই তেওঁলোকক দ্ৰুত যুঁজৰ বাবে উপযুক্ত কৰি তুলিবলৈ কাম কৰি আছে। প্ৰশিক্ষণ শেষ হোৱাৰ পিছতহে তেওঁলোকক যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক