--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোজ বাজপেয়ীয়ে বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। কেতিয়াবা ‘গেংছ অৱ ৱাছেইপুৰ’ৰ চৰ্দাৰ খান, কেতিয়াবা ‘ফেমিলি মেন’ৰ শ্ৰীকান্ত তিৱাৰী। তেওঁৰ অভিনয়ত দৰ্শক বাৰে বাৰে আপ্লুত হৈ আহিছে। কিন্তু, কেৰিয়াৰৰ আৰম্ভণি কেনেকুৱা আছিল? শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সেই বিষয়ে মুখ মেলিছিল মনোজে।

মঞ্চৰ পৰাই তেওঁ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল। অভিনেতাজনে প্ৰথমখন ছবিৰ বাবে কিমান দৰমহা পাইছিল সেই কথাও কয়। মনোজে কয়, “যেতিয়া মই থিয়েটাৰ কৰিছিলো, তেতিয়া প্ৰথমখন ছবি ‘বেণ্ডিট কুইন’ৰ বাবে মতা হৈছিল। সেই ছবিখনৰ বাবে মোক ৩৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত দৰমহা দিয়া হৈছিল।''

আন এখন ছবিৰ সন্দৰ্ভত মনোজে কয়, "যেতিয়া মই পৰিচালকক 'দ্ৰোহকাল' ছবিত কাম কৰিবলৈ অনুৰোধ কৰিছিলো, তেতিয়া সকলো ডাঙৰ ডাঙৰ চৰিত্ৰ লোৱা হৈছিল। মই এটা সৰু চৰিত্ৰ ৰূপায়ন কৰো। সেই চৰিত্ৰত মই ২০০০ টকা পাইছিলোঁ।”

ইয়াৰ পিছত আহিল ‘সত্য’ ছবিখনৰ আহ্বান। তেওঁ ‘বিকু মাথেৰে’ নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। পৰিচালক ৰাম গোপাল বৰ্মাই পূৰ্বৰ দুখন ছবিত তেওঁৰ অভিনয় দেখি ‘সত্য’ ছবিত তেওঁক এই চৰিত্ৰৰ বাবে মাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ