--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভাবি জী ঘৰ পাৰ হায়’ অভিনেতা ফিৰোজ খানৰ যোৱা ২৩ মে’ত উত্তৰ প্ৰদেশৰ বদৌনত হাৰ্ট এটেকৰ বাবে মৃত্যু হয়। অভিনেতাগৰাকীয়ে বিভিন্ন শ্ব’ত অমিতাভ বচ্চনৰ ৰূপ লৈ জনপ্ৰিয়ভাৱে পৰিচিত আছিল। ফিৰোজে ‘জিজা জী ছট পাৰ হায়’, ‘চাহেব বিবি ঔৰ বছ’, ‘হাপ্পু কি উলতান পল্টন’ আদি বিভিন্ন অনুষ্ঠানৰ অংশ হিচাপে কাম কৰি আহিছে।

শ্বাহৰুখ খানৰ লুক একেধৰণৰ অভিনেতা দুৰ্গা ৰহিকৱাৰে ইনষ্টাগ্ৰামত থ্ৰ’বেক ছবিৰে খানৰ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰে। “আজ হামাৰে বিচ ফিৰোজ খান ভাইজান (জুনিয়ৰ অমিতাভ বচ্চন) নাহি ৰাহে। (ফিৰোজ খান এতিয়া আমাৰ লগত নাই),” তেওঁ লিখিছে।

ফিৰোজ খানৰ সমাধিস্থ হ’ব ইউ পিৰ বুডাউনত। যোৱা ৪ মে’ত বদৌন ক্লাবত অনুষ্ঠিত হোৱা ভোটাৰ মহোৎসৱত ফিৰোজ খানে শেষবাৰৰ বাবে অভিনয় কৰি সকলোৰে অত্যন্ত শলাগ লৈছিল।

ইয়াৰ পূৰ্বে ২০২২ চনত ‘ভাভিজী ঘৰ পাৰ হায়’ অনুষ্ঠানৰ আন এজন অভিনেতা দীপেশ ভানৰ ৪১ বছৰ বয়সত মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ