--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ১৯ ​​মে’ত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰাৰ সিদ্ধান্ত লয়। দেশৰ সকলো বেংকতে নোটসমূহ ওভোতাই লোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এতিয়া আৰ বি আইৰ বাৰ্ষিক প্ৰতিবেদনত ৫০০ টকীয়া নোট সন্দৰ্ভতো এটা ডাঙৰ প্ৰকাশ হৈছে। আচলতে ২০০০ টকীয়া গোলাপী নোট বন্ধ হোৱাৰ পিছত এতিয়া দেশৰ সৰ্ববৃহৎ মুদ্ৰাৰ নোট ৰিজাৰ্ভ বেংকৰ বাবে ডাঙৰ মূৰৰ বিষ হৈ পৰিছে ৫০০ টকীয়া নোট৷

প্ৰতিবেদন অনুসৰি ৫০০ নোটৰ ভুৱা নোটৰ প্ৰৱেশ বজাৰত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২২-২৩ চনত প্ৰায় ৯১ হাজাৰ ১১০ খন ৫০০ টকীয়া ভুৱা নোট ধৰা পৰিছিল, যিটো ২০২১-২২ চনৰ তুলনাত ১৪.৬ শতাংশ বেছি। ২০২০-২১ বৰ্ষত ৫০০ টকীয়া ৩৯,৪৫৩ টা ভুৱা নোট ধৰা পৰিছিল। আনহাতে ২০২১-২২ চনত ৭৬ হাজাৰ ৬৬৯ টকাৰ ভুৱা নোট ধৰা পৰিছিল। আৰ বি আইৰ প্ৰতিবেদন অনুসৰি বেংকিং খণ্ডত ধৰা পৰা মুঠ ভুৱা নোটৰ সংখ্যা ২ লাখ ২৫ হাজাৰ ৭৬৯, আনহাতে যোৱা বছৰ ২ লাখ ৩০ হাজাৰ ৯৭১ খন ভুৱা নোট উদ্ধাৰ হৈছে।

বৰ্তমান এই ঘটনাকে লৈ উদ্বিগ্ন হৈ পৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস