--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  ৰাছিয়াই বিগত বৰ্ষৰ আজিৰ দিনটোতে ইউক্ৰেইনত আৰম্ভ কৰিছিল ৰক্তক্ষয়ী যুদ্ধ ৷ ৰাছিয়াৰ আক্ৰমণৰ এবছৰ পূৰ্তিত ইউক্ৰেইনৰ   ৰাষ্ট্ৰপতি জেনেনস্কিয়ে ২০২৩ চনত বিজয়ৰ বিজয়ৰ বৰ্ষ হ’ব বুলি দেশবাসীক  প্ৰতিশ্ৰুতি দিয়ে৷  উল্লেখ্য ইউক্ৰেইনে  শুকুৰবাৰে ৰাছিয়াৰ আক্ৰমণৰ প্ৰথম বাৰ্ষিকী পালন  কৰে৷  

এই যুদ্ধই ইউক্ৰেইনবাসীৰ  জীৱন সলনি কৰি পেলাইছে৷ দেশ খনৰ  ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে টুইটত  কয়  যে ইউক্ৰেনীয়সকলে এই বৰ্ষটোক  "বেদনা, দুখ, বিশ্বাস আৰু একতাৰ বছৰ" বুলি প্ৰমাণ কৰিছে।তেওঁ কয় "আমি জানো যে ২০২৩ আমাৰ বিজয়ৰ বছৰ হ'ব! ২৪ ফেব্ৰুৱাৰীত আমাৰ লাখ লাখ লোকে এটা পণ লৈছিল । বগা পতাকা নহয়, কিন্তু নীলা আৰু হালধীয়া পতাকা উৰুৱাবই। আমি পলাই যোৱা নাই। প্ৰতিৰোধ কৰা আৰু যুঁজ দিয়া।ইউক্ৰেনীয়সকলৰ নিয়ম৷ "


ইপিনে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণৰ আশংকা কৰি ইউক্ৰেইনৰ চৰকাৰে   বিদ্যালয়বোৰৰ  অনলাইন শ্ৰেণী চলোৱাৰ লগতে কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন