--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমুদ্ৰ তীৰত উদ্ধাৰ হৈছে এক  বিশাল ধাতুৰ বল সদৃশ সামগ্ৰী৷ কিন্তু এই বস্তুবিধনো কি তাকেলৈ ৰসহ্যৰ সৃষ্টি হৈছে৷ বহুতে কৈছে এয়া গডজিলাৰ কণী, বহুতৰ মতে আকৌ চোৰাংচোৱা বেলুন৷ বহুতে এখোব আগলৈ গৈ এয়া এলিয়েনে পৃথিৱীলৈ পঠিওৱা কিবা বস্তু বুলিও কোৱা দেখা গৈছে৷ 

জাপানৰ সমুদ্ৰতীৰত উদ্ধাৰ হৈছে এই অদ্ভুত বস্তুবিধ৷   হামামাৎসুৰ  স্থানীয় লোকসকলৰ মাজত এই  বলৰ আকাৰৰ হালীয়া গোলকে আতংকৰ সৃষ্টি কৰিছে৷ বলটো জাপানৰ এনচু বীচৰ এজন স্থানীয় লোকে প্ৰথমে দেখা পাইছিল৷  তেওঁ লগে লগে  কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল। অদ্ভূত বলটোৰ বিষয়ে জানিবলৈ  বোমা বিশেষজ্ঞৰ দল সাগৰৰ পাৰলৈ পঠিওৱা হৈছে৷

 সুৰক্ষাৰ স্বাৰ্থতে  অঞ্চলটো খালি কৰা হৈছে। অৱশ্যে, এক্স-ৰে পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে নিশ্চিত কৰিছে যে এইটো বিস্ফোৰক নহয়।  সামুদ্ৰিক বিশেষজ্ঞসকলেও বলটোকলৈ গৱেষণা আৰম্ভ কৰিছে৷  উল্লেখ্য কিছুদিন পূৰ্বে আমেৰিকাই চীনৰ  গুপ্তচৰ বেলুন গুলীয়াই ধ্বংস কৰিছিল৷  ইয়াৰ মাজতে জাপানত উদ্ধাৰ হোৱা অদ্ভুত বলটোৱে মানুহৰ কৌতূহল বৃদ্ধি কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ