--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলচ্চিত্ৰ উদ্যোগ মানে নায়ক নায়িকা। য'ত নায়ক আৰু নায়িকাসকল চিনেমাৰ অলংকাৰ।  কিন্তু তথাপিও পাৰিশ্ৰমিকৰ ক্ষেত্ৰত নায়কসকল নায়িকাসকলতকৈ বহু আগবাঢ়ি আছে। এই লৈ নায়িকাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। কিন্তু বলীউডত এনেকুৱা হ’লেও হলিউডত প্ৰিয়ংকা চোপ্ৰাই এক বেলেগ ঘটনাৰ সাক্ষী হৈ পৰিছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিশেষ মন্তব্য আগবঢ়ায় প্ৰিয়ংকাই।

Priyanka Chopra Jonas: 'I was not conventional and beautiful; I was called  dusky, different' - The Hindu

বৰ্তমান প্ৰিয়ংকা ব্যস্ত হলিউডৰ ছবি ‘চিটাডেল’ৰ প্ৰচাৰত। সেই প্ৰচাৰৰ মাজতে এটা সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, "হয়তো মোৰ কথাৰ ওপৰত বিতৰ্ক আৰম্ভ হ'ব পাৰে।" তথাপিও মই ক’ব বিচাৰিছো যে বিগত ২২ বছৰ ধৰি মই মনোৰঞ্জন জগতত বিভিন্ন ধৰণৰ কাম কৰি আহিছো। কিন্তু সদায় নায়কসকলতকৈ কম দৰমহা দিছিল। অৱশ্যে চিটাডেলৰ নায়ক ৰিচাৰ্ড মেডেনে প্ৰথমবাৰৰ বাবে সমান পাৰিশ্ৰমিক দিছে। যিটোত সঁচাকৈয়ে ভাল লাগিছে।”

Priyanka Chopra

প্ৰিয়ংকা এসময়ত মুম্বাইৰ ‘দেশী গাৰ্ল’ আছিল। কিন্তু এতিয়া তেওঁ USA ত থাকে। হলিউডত প্ৰিয়ংকাৰ প্ৰথম ধাৰাবাহিক আছিল ‘কুৱাণ্টিকো’। তাৰ পিছত তেওঁ কেইবাখনো চিনেমাত অভিনয় কৰে। প্ৰিয়ংকাই ‘দ্য মেট্ৰিক্স ৰিজাৰেকচনছ’ চিনেমাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন তেওঁ জীয়েক মালতীৰ লগত ব্যস্ত হৈ পৰিছিল‌ যদিও পিছলৈ তেওঁ পুনৰ ‘চিটাডেল’ৰ কামত মনোনিৱেশ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ