--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন। বৰ্তমান তেওঁ দেশৰ অন্যতম সফল অভিনেতা। তেওঁৰ ছবিয়ে বহু কোটি টকাৰ ব্যৱসায়িক সফলতা লাভ কৰিছে। ‘পুষ্পা: দ্য ৰাইজ’ৰ প্ৰথম খণ্ডত অভিনয় কৰি অভিনেতাগৰাকীয়ে ৫০ কোটি টকা উপাৰ্জন কৰে।

অতি সোনকালে তেওঁক হিন্দী ছবিতো দেখা যাব। ইতিমধ্যে টি-ছিৰিজৰ সৈতে চুক্তিবদ্ধ হৈছে। অভিনেতাজনে নিজেই এই খবৰটো জনাইছে। ইয়াৰ উপৰিও পুষ্পাৰ দ্বিতীয় খণ্ডৰ শ্বুটিং চলি আছে। এই ছবিখনৰ সময়ৰে পৰা অভিনেতাগৰাকীয়ে দৰমহা তিনিগুণ বৃদ্ধি কৰিছে।

পাৰিশ্ৰমিকৰ ক্ষেত্ৰত আল্লুৰ প্ৰতিদ্বন্দ্বী হৈছে ‘বাহুবলী’ৰ তাৰকা প্ৰভাস। প্ৰভাসৰ হাতত বৰ্তমান ‘প্ৰজেক্ট কে’ আৰু ‘ছালাৰ’ৰ দৰে ছবি আছে। ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখনক লৈও দৰ্শক উৎসাহী। শুনা যায় যে এই ছবিখনত অভিনয় কৰাৰ বাবে প্ৰভাসে ১২০ কোটি টকা পাইছিল।

এইবাৰ প্ৰভাসক পৰাস্ত কৰি দক্ষিণৰ ছবিখনৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতা হিচাপে পৰিগণিত হ’বলৈ উলাইছে আল্লু অৰ্জুন। শুনা গৈছে যে অভিনেতাগৰাকীয়ে প্ৰথমখন হিন্দী ছবিৰ বাবে ১২৫ কোটি টকা লাভ কৰিছে। বিগত সময়ত কোনো দক্ষিণৰ তাৰকাইই এই পৰিমাণৰ পাৰিশ্ৰমিক লাভ কৰা নাই। সূত্ৰ অনুসৰি, আল্লুৰ ছবিখনৰ নাম হৈছে ‘ভদ্ৰকালি’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ