--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে আজি ঘোষণা কৰে ২০১৮ আৰু ২০১৯ ভৰ্ষৰ ৰাজ্যিক  চলচ্চিত্ৰ বঁটাসমূহ।  অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত ঘোষণা কৰা এই বঁটাসমূহে ছবি জগতৰ বিভিন্ন দিশ্ৰ সৈতে জড়িত ব্যক্তিক সন্মানিত কৰিছে।  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে আয়োজন কৰা চলচ্চিত্ৰ মহোৎসৱৰ উদ্দেশ্য হৈছে নান্দনিক উৎকৰ্ষতা আৰু সামাজিক বিষয়কলৈ   চলচ্চিত্ৰ নিৰ্মাণত উদগনি দিয়া। চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰতো এই মহোৎসৱে   অৰিহণা যোগাব বুলি বহুতে আশা প্ৰকাশ কৰিছে। আজি ঘোষিত চলচিত্ৰ বঁটা সমূহ এনেধৰণৰ- 


২০‍১৮ বৰ্ষৰ চলচিত্ৰ বঁটা সমূহ

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা 'বুলবুল কেন ছিং'

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা-- ৰীমা দাস


শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা--খঞ্জন কিশোৰ নাথ

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা-- মঞ্জুল বৰুৱা‍

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা-- অৰূপ মান্না

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা--হিউৱেন বৰুৱা

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা-- অনুৰাগ শইকীয়া

শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা-- উৎকল হাজোৱাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা--অমৃতা গগৈ,জাহানাৰা বেগম


শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা---মনোৰঞ্জন দাস

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা--- আৰ্ণালী দাস

শ্ৰেষ্ঠ ছবি সমালোচকৰ মুনিন বৰুৱা বঁটা

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা-- ৰক্তবীজ

শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা--- বাহাৰুল ইছলাম

শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ মোৱাজ্জিন আলী বঁটা--- ফিউলা বৰগয়াৰী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা-- ইবচনলাল বৰুৱা

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা--- নাহিদ আফ্ৰিন


শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা-- বিতোপন নেওগ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা--- আমৃত্যু

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা-- দীপক দে'

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা-- অমৃত প্ৰীতম,দেৱজিৎ চাংমাই

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা-- বিকুল বড়ো

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা--- হৰ্ষিতা বৰুৱা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা --- জিৰিণা বসুমতাৰী

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা--- সঞ্জয় খাৰঘৰীয়া

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা--- পুনম গুৰুং

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা-- ওম কাশ্যপ,গুঞ্জন শইকীয়া


২০‍১৯ বৰ্ষৰ বঁটা সমূহ

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা 'জোনাকী পৰুৱা'

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা-- ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা--অনুপম কৌশিক বৰুৱা

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা-- ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা-- প্ৰদীপ দৈমাৰী

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা--প্ৰতীম খাউণ্ড

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা-- তৰালি শৰ্মা, কুইন বে'


শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা-- বেঞ্জামিন দৈমাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা--লীমা দাস

শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা---জিতুমণি কলিতা

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা---ড'ৰথী ভৰদ্বাজ

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা-- ৰত্নাকৰ


শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা--- পদ্মৰাগ গোস্বামী 

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা-- জুবিন গাৰ্গ

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা---অনন্যা দত্ত

শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা-- ৰাজদ্বীপ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা---চন্দ্ৰ মুদৈ,ৰজনী বসুমতাৰী

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা-- দীপক দে'

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা-- গৌতম নায়াৰ,দেৱজিৎ গায়ন,অজয় কেভি পিভি

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা-- জ্যোতিশংকৰ ভট্টাচাৰ্য,নৱনীতা শৰ্মা বৰা

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা--- বিশ্বজিৎ কলিতা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা --- প্ৰকাশ ডেকা

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা---অমৃত কুমাৰ বৰা

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা---প্ৰতিভা চৌধুৰী

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা-- আশ্ৰমিকা শইকীয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ