--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল সম্বোধন।

ভাৰতৰ বাহিৰৰ প্ৰায় ৩০ খন দেশত বিশ্ব হিন্দু পৰিষদৰ 
সদস্য ভৰ্তি হৈছে।

২২ জানুৱাৰীত ৰাম মন্দিৰ স্থাপন হোৱাৰ সময়ত দেশৰ ৫ লাখ মন্দিৰত পূজা অৰ্চনা হ'ব।

দিনৰ ভাগত যেতিয়া ৰাম মন্দিৰ স্থাপন হ'ব সেই সময়চোৱাত ডাঙৰ স্ক্ৰীন লগাই ভক্তসকলক দেখুৱা হ'ব।

সেই দিনাই দেশৰ প্ৰতি গৰাকী হিন্দু মানুহৰ ঘৰত চাকি-বন্তি জ্বলোৱা হ'ব।

সমগ্ৰ বিশ্বজুৰি এইটো সুবিশাল আয়োজন।

অসমৰ প্ৰতি ঘৰ লোকৰ ঘৰত ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ প্ৰতিজন হিন্দু পৰিষদৰ সদস্য সমূহ যাব।

২২ জানুৱাৰীৰ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ সৈতে জড়িত লোক সকল উপস্থিত থাকিব।

এই মন্দিৰ দেশৰ বাবে স্বাভিমানৰ কাৰণ।

ভাৰতৰ অৰ্থ ব্যৱস্থাত এই ৰাম মন্দিৰ হ'ব উল্লেখযোগ্য উৎস।

২২ তাৰিখৰ পাছত সমগ্ৰ দেশৰ ভক্তসকলক ৰাম মন্দিৰলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক