--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত আকৌ বিয়াৰ মধু গুঞ্জন। অতি সোনকালে কইনাৰ সাজ পিন্ধিবলৈ গৈ আছে মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহা। দীৰ্ঘদিনীয়া প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব সোণাক্ষী। 
Sonakshi Sinha To Tie The Knot With ...
জাহিৰ ইকবালৰ সৈতে সোণাক্ষীয়ে দীৰ্ঘদিন ধৰি ডেটিং কৰি থকাৰ খবৰ সকলোৱে জানে। এতিয়া সেই সম্পৰ্ককে স্থায়ী কৰিবলৈ গৈ আছে সোণাক্ষী আৰু জাহিৰে। 
Sonakshi Sinha And Beau Zaheer Iqbal Are Set To Tie Knot, DEETS Inside -  Filmibeat
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে। অহা ২৩ জুনত মুম্বাইত জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হব সোণাক্ষী।
Sonakshi's rumoured beau Zaheer Iqbal wishes her on birthday with unseen  pictures Indian News in Portland Area
জানিব পৰা অনুসৰি এই বিয়াত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে সোনাক্ষী আৰু জাহিৰে কোনোদিনে তেওঁলোকৰ প্ৰেম গোপনে ৰখা নাছিল। ছ’চিয়েল মিডিয়াত দুয়ো প্ৰায়ে ফটো শ্বেয়াৰ কৰে। জানিব পৰা মতে ছলমান খানে এক পাৰ্টিৰ আয়োজন কৰিছিল য’ত সোণাক্ষী আৰু জাহিৰৰ চিনাকি হৈছিল। প্ৰথমে গঢ়ি উঠা বন্ধুত্ব পাছলৈ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। 
rumoured boyfriend Zaheer Iqbal shares ...
সোনাক্ষী আৰু জাহিৰে ডাবল এক্সএল নামৰ এখন ছবিতো একেলগে কাম কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু