--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অৱশেষত বিয়াত বহিল  ২.৫ ফুট উচ্চটাৰ  আজিম মনছুৰী৷ কইনা ৩ ফুট উচ্চতাৰ বুশৰা৷ শাৰিৰীক উচ্চতাক নেওচি দুয়োৰে প্ৰেমে স্পৰ্শ কৰক আকাশ৷ 
 
বিবাহৰ বাবে উপযুক্ত বয়স পাৰ কৰাৰ পিছতো পাত্ৰী বিচাৰি পোৱা নাছিল আজিমে৷ আজিম মনছুৰীৰ বিবাহক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে৷ ২০১৯ চনত আজিম মনছুৰীয়ে বিয়াৰ পাত্ৰী বিচাৰি  থানাৰ কাষ চাপিছিল। আনকি প্ৰাক্তন  মুখ্যমন্ত্ৰী অখিলেশ যাদৱকো নিজৰ বাবে পত্নী বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছিল আজিম মনছুৰীয়ে৷ 

আৰু অৱশেষত আজিম মনছুৰীৰ বিবাহ সম্পন্ন হোৱাত স্বাভাৱিকতেই যথেষ্ট সুখী হৈ পৰিছে সকলো৷ প্ৰায় ২৫ লোকে বৰযাত্ৰী ৰূপে আজিমৰ বিবাহ অনুষ্ঠানত অংশ লৈছিল৷ 

লিটিল ষ্টাৰ খ্যাত আজিমৰ কইনা বুশৰা ইউ পিৰ হাপুৰ জিলাৰ বাসিন্দা বুশৰাৰ উচ্চতা ৩ ফুট।  শ্বেৰৱানী-পাগুৰি পিন্ধা আজিমক তেওঁৰ বিশেষ দিনটোত যথেষ্ট সুখী হৈ পৰা দেখা গৈছিল৷ আজিমৰ আনন্দ দেখি পৰিয়ালৰ লোকসকলো সুখী হৈ পৰিছিল৷ জানিব পৰা মতে, বিয়াৰ পিছতেই  পত্নীৰ সৈতে মক্কালৈ হজ কৰিবলৈ যাব আজিম মনছুৰী৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক