--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰলতা মানুহৰ প্ৰধান অলংকাৰ। সহজ-সৰল, বিনয়ী মানুহে সহজতে মানুহৰ হৃদয়ত স্থান দখল কৰে। সহজ-সৰল আৰু বিনয়ী মনোভাৱেৰে মানুহৰ মনত স্থান দখল কৰা এগৰাকী নাৰী হ’ল সুধা মূৰ্তি। সুধা মূৰ্তি হৈছে 'Infosys'ৰ সংস্থাপক। বিশ্বখ্যাত নাৰায়ণ মূৰ্তি তেওঁৰ স্বামী। সুধা মূৰ্তিৰ জোঁৱাই ঋষি সুনক ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।

সুধা মূৰ্তি বহু প্ৰতিভাসম্পন্ন মহিলা আৰু বিশ্বৰ শক্তিশালী নাৰীসকলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত। কিন্তু সুধা মূৰ্তি যিটোৰ বাবে আটাইতকৈ বেছি পৰিচিত সেয়া হ’ল তেওঁৰ নম্ৰতা আৰু বিনয়। 

ৰাজ্যসভাৰ সাংসদ তথা অভিযন্তা সুধা মূৰ্তিয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ ৩০ বছৰে এখনো শাৰী ক্ৰয় কৰা নাই। ইয়াৰ কাৰণ হৈছে কাশী ভ্ৰমণ। সুধা মূৰ্তিয়ে কয়, "কোৱা হয় যে কাশীলৈ গ'লে নিজৰ ভাললগা কিবা ত্যাগ কৰিব লাগে। শ্বপিং কৰি মই ভাল পাইছিলোঁ, সেয়ে গংগা মাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই গোটেই জীৱন শ্বপিং নকৰো। উল্লেখ্য যে ৩০ বছৰৰো অধিক সময় ধৰি উপহাৰ হিচাপে পোৱা শাৰীকেইখন পিন্ধি আহিছে সুধাই।

সুধা মূৰ্তি প্ৰায় ৩ হাজাৰ কোটি টকা সম্পত্তিৰ গৰাকী। 'পদ্মশ্ৰী','পদ্মভূষণ' সন্মানেৰে জীৱন মহীয়ান হোৱা সুধা মূৰ্তি এগৰাকী অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী, লেখিকা আৰু চিন্তাবিদো। এনে এগৰাকী মহিলাৰ এই ত্যাগে সকলোতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন