--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১২ গৰাকী মহিলাকে ধৰি নক্সালবাদী কেডাৰকেই জনে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰি কয় যে তেওঁলোকে চৰকাৰৰ নতুন আত্মসমর্পণ আৰু পুনর্বাসন নীতিত আকৃষ্ট হৈ এই সিদ্ধান্ত গ্রহণ কৰে।

ডিজিটেল ডেস্ক : ছট্টিশগড়ৰ বীজাপুৰ জিলাত বুধবাৰে ৪১ গৰাকী নক্সালবাদীয়ে অস্ত্ৰ সম্বৰণ কৰে। ইয়াৰ ৩২জনৰ মূৰৰ বিনিময়ত ১.১৯ কোটি টকাৰ সামগ্রিক পুৰস্কাৰ আছিল। 


বিষয়াসকলে এই কথা প্রকাশ কৰে। ১২ গৰাকী মহিলাকে ধৰি নক্সালবাদী কেডাৰকেই জনে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰি কয় যে তেওঁলোকে চৰকাৰৰ নতুন আত্মসমর্পণ আৰু পুনর্বাসন নীতিত আকৃষ্ট হৈ এই সিদ্ধান্ত গ্রহণ কৰে। 


পুনর্বাসন নীতি অনুসৰি প্ৰত্যেকজন কেডাৰকে ৫০ হাজাৰ টকাৰ আর্থিক সাহায্য প্রদান কৰা হ'ব। আৰক্ষীৰ মতে, যোৱা ২৩ মাহত ২২০০তকৈও অধিক নক্সালবাদীয়ে ছট্টিশগড়ত আত্মসমর্পণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ