--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী মমতাই কয় যে দেশৰ সংবিধানে প্রদান কৰা মূল্যৱান নির্দেশনাসমূহক আমি সুৰক্ষা দিব লাগিব।

ডিজিটেল ডেস্ক : সংবিধান দিৱস উপলক্ষত পশ্চিম বংগত মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে বুধবাৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী মমতাই কয় যে গণতন্ত্র সংকটপূর্ণ হোৱাৰ সময়তে ধৰ্মনিৰপেক্ষতা বিপদৰ সন্মুখীন হৈছে। 


তদুপৰি, দেশৰ সাৰ্বভৌমত্বও ক্ৰমাৎ সংকটৰ সন্মুখীন হৈছে। মুখ্যমন্ত্রী মমতাই কয় যে দেশৰ সংবিধানে প্রদান কৰা মূল্যৱান নির্দেশনাসমূহক আমি সুৰক্ষা দিব লাগিব। 


ভাৰতৰ 'ৰাজহাড়' সদৃশ সংবিধানখনক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছে বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ