--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : বিশেষজ্ঞসকলৰ মতে এই ৪বিধ খাদ্য নিশা খালে শৰীৰ হয় ৰুগীয়া! শৰীৰত বিহৰ দৰে কাম কৰে এইকেইবিধ খাদ্যই, জানি লওক কি কি খাদ্য নিশা খোৱা অনুচিত। স্বাস্থ্য আৰু সৌন্দৰ্য্য সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আয়ুৰ্বেদত দিয়া হৈছে যিবোৰ সুস্থ হৈ থাকিবলৈ গ্ৰহণ কৰা হয়। বিশেষজ্ঞসকলৰ মতে এইকেইবিধ খাদ্য নিশা খালে শৰীৰত বিহৰ দৰে কাম কৰে। সবিশেষ জানো আহক।

কলঃ-আয়ুৰ্বেদৰ মতে নিশা কল খালে স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। নিশা কল খালে শ্লেষ্মা উৎপাদন বৃদ্ধি হোৱাৰ লগতে ডিঙিত কফ জমা হ’ব পাৰে। ইয়াৰ উপৰি নিশা হজম কৰাত অসুবিধা হ’ব পাৰে।

তিঁয়হ:-তিঁয়হত ৯৫ শতাংশতকৈ অধিক পানী থাকে। তিঁয়হ খালে বহু সময়লৈকে ভোক অনুভৱ নহয়। কিন্তু নিশা তিঁয়হ খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই টোপনিত ব্যাঘাত জন্মায় আৰু পেট ফুলাৰ কাৰণ হ’ব পাৰে।

বিলাহীঃ-বিলাহীত টাইৰামিন নামৰ এবিধ এমিনো এচিড পোৱা যায়, যাৰ ফলত মগজুৰ কাৰ্যকলাপ বৃদ্ধি পায় আৰু টোপনি বিঘিনি ঘটে। নিশা বিলাহী সেৱন কৰিলে টোপনি অহাত অসুবিধা হ’ব পাৰে। নিশা হজম কৰাটো কঠিন আৰু ইয়াৰ ফলত এচিডিটি হ’ব পাৰে।

দৈ:-বিশেষজ্ঞসকলৰ মতে দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও নিশা সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। কাৰণ দৈৰ প্ৰভাৱ গৰম আৰু হজম হ’বলৈ সময় লাগে। সেইবাবেই নিশা দৈ খোৱাটো অনুচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস