--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত বৃদ্ধি পাইছে মৃত্যুৰ ভাবুকি দি ধন দাবী কৰাৰ দৰে ঘটনাৰ৷ কিছু দিনৰ পূৰ্বে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানলৈ আহিছিল মৃত্যুৰ ভাবুকি৷ ইয়াৰ পাছতে বলীউডৰ আনএগৰাকী তাৰকা অভিনেতা শ্বাহৰুখ খানলৈ আহিছে মৃত্যুৰ ভাবুকি অভিনেতাগৰাকীৰ প্ৰডাকচন কোম্পানী ৰেড চিলিছলৈ আহিছিল এই ভাবুকিমূলক ফোন। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া খবৰ অনুসৰি অভিনেতাগৰাকীলৈ মৃত্যুৰ ভাবুকি প্ৰদানৰ আঁৰত থকা অপৰাধীক  ৰায়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জানিব পৰা মতে ৫০ লাখ টকা নিদিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল অভিনেতাগৰাকীক৷ 

ইয়াৰ পাছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তদন্তত ভাবুকি প্ৰদান কৰা ফোনটো ৰায়পুৰৰ ফেইজান খানৰ নামত পঞ্জীয়ন থকা বুলি জ্ঞাত হোৱাৰ পাছত আৰক্ষী ৰায়পুৰত উপস্থিত হয় আৰু অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ 

আৰক্ষীয়ে জেৰাত মৃত্যুৰ ভাবুকিৰ সৈতে জড়িত ফৈজান খানৰ ফোন ২ নৱেম্বৰত চুৰি হৈছিল বুলি কয় আৰু এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল বুলি তেওঁ দাবী কৰে৷  ইয়াৰ অপব্যৱহাৰ কৰি শ্বাহৰুখ খানক ভাবুকি দিছিল বুলি কয়৷

উল্লেখযোগ্য যে অভিনেতাগৰাকীলৈ ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষতো মৃত্যুৰ ভাবুকি আহিছিল৷ যাৰ বাবে অভিনেতাগৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক Y+ নিৰাপত্তা প্ৰদান কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু