--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ নতুন চামৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ এখন ছবিৰ শ্বুটিঙৰ বাবে উস্পস্থিত আছে হায়দৰাবাদত৷ ভগৱনাৰ প্ৰতি থকা গভীৰ আস্থাৱান অভিনেত্ৰীগৰাকী প্ৰায়ে তিৰুপতি মন্দিৰ আৰু উজ্জয়িন মহাকাল আৰু কেদাৰনাথত পূজা-অৰ্চনা কৰিবলৈ যায়৷ এইবাৰ হায়দৰাবাদৰ মধুৰানগৰৰ হনুমান মন্দিৰতো পূজা-অৰ্চনা কৰা দেখা গ’ল বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰক।

জানিব পৰামতে হনুমান মন্দিৰত পূজা কৰাৰ সুযোগ হেৰুৱাব খুজা নাছিল অভিনেত্ৰীগৰাকীয়ে। মন্দিৰৰ পূজাৰীয়ে আশীৰ্বাদ দিয়ে অভিনেত্ৰীগৰাকীক। অভিনেত্ৰী গৰাকীৰ মন্দিৰৈ যোৱা ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চিত হৈ থাকে৷

উল্লেখযোগ্য যে জাহ্নৱী কাপুৰে তেলেগু ছবি ‘দেৱৰ’ত অভিনয় কৰিছিল যাৰ বাবেই তেলেগু দৰ্শকৰ মাজতো জনপ্ৰিয় হৈ পৰে অভনেত্ৰীগৰাকী। তেওঁৰ আগন্তুক ছবি ‘দেৱাৰ ২’তো বিশেষ ভূমিকা লাভ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ৰাম চৰণৰ ছবি ‘আৰ চি ১৬’ত কাম কৰি আছে। হায়দৰাবাদত এই ছবিখনৰ দৃশ্য গ্ৰহণ চলি আছে যাৰ বাবে অভিনেত্ৰী গৰাকী হায়দৰাবাদত উপস্থিত আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ