--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সকলো গোপনীয়তা জানে পৰিচালক ফাৰাহ খানে। কাৰ পৰিয়ালত কি চলি আছে তেওঁ জানে। এইবাৰ পৰিচালক আৰু কৰিঅ’গ্ৰাফাৰগৰাকীয়ে বলীউডৰ আটাইতকৈ কৃপণ অভিনেতাৰ নাম প্ৰকাশ কৰিলে।

কপিল শৰ্মাৰ অনুষ্ঠানত উপস্থিত আছিল ফাৰাহ। তাতেই তেওঁ প্ৰকাশ কৰে বলীউডৰ আটাইতকৈ কৃপণ অভিনেতা কোন। পৰিচালকে কয় যে তেওঁ টকাৰ ক্ষেত্ৰত অতি উদাৰ। লগতে তেওঁ কয় যে তেওঁ টিনচেল টাউন মুম্বাইৰ আটাইতকৈ কৃপণ অভিনেতাক চিনি পায়। 

ফাৰাহে কয়, “মই জানো বলীউডত কোনজন আটাইতকৈ কৃপণ। তেওঁ হৈছে চাংকি পাণ্ডে। সঁচা কথা কৈছোঁ। মই এতিয়াই ফোন কৰি ৫০০ টকা বিচাৰিম।'' লগে লগে পাণ্ডেলৈ ফোন কৰিলে। ফোন কৰি ক'লে, "শুনা চাংকি, মোক এতিয়াই ৫০০ টকা লাগে।"

উত্তৰত ছাংকিয়ে ফাৰাহক এটিএমত গৈ টকা উলিয়াবলৈ পৰামৰ্শ দিয়ে। ৫০০ টকাৰ সলনি ফাৰাহে ৫০ টাকা পঠিয়াবলৈ অনুৰোধ কৰিলে। নেটৱৰ্ক বেয়াৰ অজুহাতত চুংকি পাণ্ডেই ফোনটো কাটি দিলে। 

 ফাৰহাই ক’লে যে তেওঁ প্ৰমাণ কৰিলে যে চাংকি বলীউডৰ আটাইতকৈ কৃপণ অভিনেতা। অৱশ্যে এই গোটেই ঘটনাটো যে ধেমালিৰ আঁৰত সংঘটিত হৈছে সেয়া কোৱা বাহুল্য।

ইয়াৰ পূৰ্বে অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ আৰু জেকী শ্ৰফৰ সৈতে ছাংকি পাণ্ডেই কপিলৰ শ্ব’লৈ আহিছিল ‘হাউছফুল ৪’ৰ প্ৰচাৰৰ বাবে। তাতে অক্ষয়ে কৈছিল যে চাংকি ব্যৱসায়ী হিচাপে বহুত ভাল। চাংকিয়ে এবাৰ ছলমান খানৰ সৈতে দক্ষিণ আফ্ৰিকাৰ এখন বজাৰত বজাৰ কৰিবলৈ গৈছিল। তাত এজন বিক্ৰেতাই ছলমানৰ লগত এখন ফটো তুলিব বিচাৰে। ছাংকি পাণ্ডেই ফটোগ্ৰাফীৰ ব্যৱস্থা কৰিলে। তাৰ পৰিৱৰ্তে ২০ হাজাৰ টকা লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ