--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে ঘটিব এক বিৰল সংযোগ। ৫৯ বছৰৰ পাছত এই বিৰল সংযোগ ঘটিব। এই বিৰল সংযোগৰ ফলত দুৰ্গা পূজাৰ পূৰ্বে জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য। জ্যোতিষ শাস্ত্ৰ অনুসৰি অহা ২৪ ছেপ্টেম্বৰ তাৰিখে গ্ৰহনৰ এক বিশেষ অৱস্থান হ’ব।গ্ৰহৰ এই বিশেষ অৱস্থান ৫৯ বছৰৰ পাছত সংঘটিত হ’ব। এই দিনটোত শনি আৰু বৃহস্পতি গ্ৰহ বক্ৰ অৱস্থাত থাকিব। কন্যা ৰাশিত সূৰ্য আৰু বুধৰ সংমিশ্ৰণৰ বাবে বুধাদিত্য যোগ ইতিমধ্যে আৰম্ভ হৈছে।

এনে সংযোগৰ ফলত কি কি ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ফুলিব জানো আহক।

১) বৃষঃ বৃষ ৰাশিৰ লোকসকলে ব্যৱসায়ত যথেষ্ট লাভান্বিত হ’ব। ব্যৱসায় সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা থাকিব। ধন লাভ হ’ব। নতুন পৰিকল্পনা ফলপ্ৰসূ হ’ব। আকস্মিকভাৱে হাতলৈ ধন আহিব। কাৰোবাক ধাৰত দিয়া টকাও ঘূৰাই পাব। মন আনন্দত থাকিব।

২) মিথুনঃ এই ৰাশিৰ জাতক-জাতিকাই চাকৰিত এটা ডাঙৰ পদ পাব পাৰে। সংগীৰ ভাগ্যৰ পৰা ধন লাভান্বিত হ’ব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। সন্মান বৃদ্ধি হ’ব। আয় বৃদ্ধি হ’ব।

৩) কন্যাঃ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ হ’ব। এই ৰাশিত, শুক্ৰই নিম্ন ৰাজা যোগ সৃষ্টি কৰিছে, যাৰ বাবে হঠাতে ধন প্ৰাপ্ত কৰিব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ আৰম্ভ হ’ব। অমীমাংসিত যিকোনো কাম সম্পূৰ্ণ হোৱাৰ যোগ পৰিছে।

৪) ধনুঃ ব্যৱসায়ীসকলৰ বাবে অতি শুভ সময়। ব্যৱসায়িক বিষয়ত ভ্ৰমণৰ জৰিয়তে লাভান্বিত হ’ব। পৰিয়ালত সুখৰ পৰিৱেশো থাকিব। মান-সন্মান বৃদ্ধি হ’ব।

৫) মীনঃ শনি দেৱ মীন ৰাশিৰ লোকসকলৰ লাভৰ স্থানত বহি আছে। ইয়াৰ বাবে মীন ৰাশিৰ জাতক-জাতিকাই চাকৰিত নতুন সুযোগ পাব পাৰে বা পদোন্নতি হব পাৰে। দৰমহা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা। উপাৰ্জনৰ আয় বৃদ্ধি হ’ব। পৰিয়ালৰ মাজত শান্তি থাকিব। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ