--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হ’ল এজন মানৱদৰদী আৰু সাহসী ছাত্ৰ। ৬ গৰাকী ব্যক্তিক নতুনকৈ জীৱন দান দিছিল তেওঁ। শেষত নিজেই নেদেখা দেশলৈ গ’লগৈ এগৰাকী ১৬ বছৰীয়া ছাত্ৰ। বৈজ্ঞানিক মানসিকতাৰ এই ছাত্ৰগৰাকীৰ নাম সাৰং।

কেৰেলাৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ সাৰং। দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফললৈ মাত্ৰ দুদিন বাকী থকাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল সাৰং। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা সাৰঙৰ মৃত্যু আছিল নিশ্চিত।

মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰ অংগ দান কৰি গৈছিল সাৰঙে। যাৰ বাবে মৃত্যুৰ পিছত সাৰঙৰ কেইবাটাও গুৰুৰত্বপূৰ্ণ অংগৰ দ্বাৰা নতুন জীৱন প্ৰদান কৰা হ’ল ৬গৰাকীকৈ মৃত্যুমুখী ব্যক্তিক।

কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে ফেচবুকযোগে জনোৱা মতে মৃত্যুৰ পূৰ্বে নিজৰ দুটা বৃক্ক, যকৃৎ, হাৰ্ট ভাল্ব আৰু দুই কৰ্নিয়া দান কৰে।

এই ছাত্ৰজনৰ মহানুভৱতাক ইতিমধ্যে শলাগ লৈছে সমগ্ৰ কেৰেলাবাসীয়ে। লগতে ছাত্ৰজনৰ অকাল মৃত্যুত কেৰালাবাসীৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে কেৰেলাৰ শিক্ষামন্ত্ৰী শিৱানকুট্টীয়ে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস