--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনি নিশ্চয় ভাবিছে যে এনে লেতেৰা জিন্সৰ দাম লাখ লাখ টকা কেনেকৈ হ’ব পাৰে। দৰাচলতে মানুহে বজাৰ কৰিবলৈ গ’লে যিকোনো কাপোৰত যদি এটা দাগ দেখা পায়, তেন্তে সেই কাপোৰ সলনি কৰি লয়। কিন্তু এই জিন্সটোৰ ইমান বিশেষত্ব আছে?

 সবিশেষ কথাটো কি?

জিন্স যিয়েই নহওক কিয়, কমেও এহাজাৰ টকাৰ পৰা সৰ্বাধিক ৩০ হাজাৰ টকাপৰ্যন্ত হ’ব। কিন্তু এই জিন্সটো লাখ লাখ টকাত নিলাম কৰা হৈছিল কাৰণ এই ভিনটেজ জিন্সটো ১৮৮০ চনত আমেৰিকাৰ এটা নিৰ্জন খনিৰ পৰা উদ্ধাৰ হৈছিল। বহু বছৰ পাৰ হোৱাৰ পাছতো আজিও অক্ষুণ্ণ অৱস্থাত আছে জিন্সটো।

 ৬২ লাখ টকাত বিক্ৰী-

১ অক্টোবৰত ৬২ লাখ টকাত নিলাম কৰা হৈছিল এই বিশেষ জিন্সটো। জিন্সটো কাইল হাউপাৰ্ট আৰু জিপ ষ্টিভেনছনে দুয়ো একেলগে কিনিছিল। অৱশ্যে হপাৰ্টে ৯০% নিবিদাৰ পৰিশোধ কৰিছিল। এই জিন্স ক্ৰেতাসকলে ভাবে যে তেওঁলোকে ইয়াক অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হ’ব। স্মৰ্তব্য যে এই জিন্সটো লেভি ষ্ট্ৰাউছ  (Levi Strauss) ব্ৰেণ্ডৰ আছিল।

 বহু পুৰণি আছিল এই জিন্স-

ডেনিম জিন্সৰ বাবেই লেভিছ ব্ৰেণ্ড বিশ্বত অতি জনপ্ৰিয়। জিন্সটো ‘গোল্ড ৰাছ’ যুগৰ, অৰ্থাৎ ইয়াৰ কঁকালৰ বেণ্ডত এটা ছাচপেণ্ডাৰ বুটাম আৰু বেক পকেটও আছে। এই কাহিনী ভাইৰেল হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই জিন্সৰ বাবে কোনোৱে টকা খৰচ কৰাৰ পক্ষত আছে আৰু কোনোৱে ইয়াৰ বিৰোধিতা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক