--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণেশ চতুৰ্থী উপলক্ষ্যে  দেশৰ বহু ঠাইত আজি গণেশ পূজা অনুষ্ঠিত হৈছে৷  ইয়াৰ মাজতে মায়ানগৰী মুম্বাইৰ জিএছবি সেৱা মণ্ডলৰ 'মহাগণপতি'য়ে সকলোৰে  মনোযোগ আকৰ্ষণ কৰিছে।বহুতে ধাৰণা কৰিছে  যে সোণ আৰু ৰূপৰ অলংকাৰেৰে সজ্জিত এই গণেশ হৈছে দেশৰ আটাইতকৈ ব্যয়বহুল গণপতি মূৰ্তি । 

জিএছবি সেৱা মণ্ডলৰ ৬৯ সংখ্য গণেশ পূজাত এই  'মহাগণপতি' মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে৷ মূৰ্তিটো ৬৬.৫ কিলোগ্ৰাম সোণ আৰু ২৯৫ কিলোগ্ৰাম ৰূপৰ গহনাৰে সজোৱা হৈছে। মূৰ্তিটোৰ বাবে৩৬০.৪০  কোটি টকাৰ বীমাও কৰা হৈছে৷ যাতে মূৰ্তিটোৰ গহনা কিবাকৈ চুৰি হ’লেও  ক্ষতিপূৰণ পোৱা যায়৷ 

নিৰাপত্তাৰ কথা মনত ৰাখি দৰ্শনাৰ্থীসকলক  পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰযুক্তিৰ সহায়েৰে পৰীক্ষা কৰা হৈছে৷  সকলোৰে মুখ চিনাক্তকৰণ কৰাৰো ব্যৱস্থা ৰখা হৈছে।

মন কৰিব লগীয়া যে মুম্বাইৰ দৰে হায়দৰাবাদৰ বাসিন্দাসকলেও উচাহ-উদ্দীপনাৰে  গণপতি পূজা অনুষ্ঠিত কৰিছে। অসম, পশ্চিম বংগ আদি ৰাজ্যতো  গণেশ পূজা উদযাপন কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা