--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৬৯ শতাংশ পৰিয়ালে আৰ্থিক নিৰাপত্তাহীনতাত ভুগি আছে। এই পৰিয়ালসমূহৰ মাহেকীয়া আয়ৰ শতকৰা পৰিমাণ ২৩ হেজাৰ। মানী৯ (Money9) নামৰ এটা সংস্থাই চলোৱা এটা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

সমীক্ষাটোত দেশবাসীৰ আয়-ব্যয়ৰ পৰিমাণক পৰীক্ষা কৰা হৈছিল।

“সমীক্ষাটোত পোৱা গৈছে যে চাৰিজনীয়া এটা পৰিয়ালৰ মাহেকীয়া আয়ৰ শতকৰা পৰিমাণ হৈছে ২৩,০০০ টকা। ৪৬ শতাংশতকৈও অধিক ভাৰতীয় পৰিয়ালৰ মাহেকীয়া আয়ৰ শতকৰা পৰিমাণ ১৫,০০০ৰো তলত।”- সমীক্ষা চলোৱা সংস্থাটোৱে কয়।

“কেৱল ৩ শতাংশ ভাৰতীয়ইহে আড়ম্বৰপূৰ্ণ জীৱন কটাবলৈ সুবিধা পাইছে।”- সংস্থাটোৱে লগতে কয়।

উল্লেখ্য যে দেশৰ প্ৰভূত পৰিমাণে আৰ্থিক উন্নয়ন হৈছে বুলি নৰেন্দ্ৰ মোদী চৰকাৰে কৈ আহিছে। তেনে সময়তে মানী৯ৰ এই সমীক্ষাটোত লাভ কৰা তথ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত