--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিজ্ঞানক সাৰথি কৰি মানুহ যিমানেই আগবাঢ়ি গৈছে সিমানেই ৰহস্যময় হৈ পৰিছে পৃথিৱীখন৷ এইবাৰ  ২৩ দিনীয়া নৱজাত শিশুৰ পেটৰ পৰা ওলাল ৮ টাকৈ ভ্ৰূণ৷ চিকিৎসকৰ মতে এইয়া পৃথিৱীৰ প্ৰথম ঘটনা৷ এই ঘটনা শুনিবলৈ আচৰিত যদিও সঁচা৷ এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ ৰাণী শিশু চিকিৎসালয়ত৷ 

 ডাঃ বিন্দু কুমাৰীৰ মতে এনে ধৰণৰ ঘটনাক  ফিটস ইন ফিটু বুলি কোৱা হয়। ৮ ৰ পৰা ১০ লাখ শিশুৰ ভিতৰত যিকোনো এজনৰ ক্ষেত্ৰতহে এনেকুৱা হয়।


 নৱজাতক কন্যা শিশুটিৰ পেটৰ অস্ত্ৰোপচাৰ কৰি ৮ টাকৈ ভ্ৰূণ আঁতৰাইছে চিকিৎসকে। জানিব পৰা মতে ,কন্যা শিশুটিৰ  ১০ অক্টোবৰত জন্ম হৈছিল। জন্মৰ পিছতে  শিশুটিৰ পেটৰ বিষ হোৱাৰ লগতে  পেট ফুলি উঠিছিল। সেয়ে চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল  ৰাণী শিশু চিকিৎসালয়ত৷ স্কেন কৰাৰ পিছত শিশুটিৰ  পেটত ডাৰ্মাটাইটিছ চিষ্ট থকাৰ আশংকা কৰা হৈছিল৷  অস্ত্ৰোপচাৰৰ জৰিয়তে ৮ টাকৈ ভ্ৰূণ আঁতৰাবলৈ সক্ষম হৈছিল চিকিৎসক। বৰ্তমান শিশুটি বিপদমুক্ত অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক